• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ বৰ্ণবাদৰ বলি হ’ল খোদ বিজেপিৰেই দলিত বিধায়ক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 11, 2023 5:19 pm
478
VIEWS
Share on FacebookShare on Twitter

চূড়ান্ত ৰক্ষণশীলতা আৰু ব্ৰাহ্মণ্যবাদ তথা বৰ্ণবাদেৰে যেন ভাৰতক এক বৰ্বৰ দেশলৈ পৰিণত কৰিবলৈ সিদ্ধহস্ত হৈছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছ তথা বিজেপি দল। এইবাৰ বিজেপি আৰএছএছৰ বৰ্ণ বৈষ্যমৰ বলি হ’ল খোদ বিজেপিৰ প্ৰাক্তন বিধায়ক। 

অভিযোগ অনুসৰি দলিত সম্প্ৰদায়ৰ হোৱাৰ বাবেই আৰ এছ এছৰ প্ৰতিষ্ঠাপক কে বি হেৰগেৱাৰৰ ঘৰ তথা চেট্টি মিউজিয়ামত প্ৰৱেশ কৰিবলৈ নিদিলে কৰ্ণাটকৰ প্ৰাক্তন বিজেপি বিধায়ক গুলিহাট্টি শেখৰক।

ইতিমধ্যে ভাইৰেল হৈ পৰা এটা অডিঅ’ ক্লিপত বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ।

শনিবাৰে ভাইৰেল হোৱা এটা অডিঅ’ ক্লিপত প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে তেওঁ কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে নাগপুৰৰ হেৰগেৱাৰ মিউজিয়াম পৰিদৰ্শন কৰিছিল। তাত অপমান কৰা হৈছিল তেওঁক। তেওঁ কয়, “মই মিউজিয়ামত প্ৰৱেশ কৰাৰ আগতে এজন মানুহৰ লগত কথা পাতিছিলো। তেওঁ মোক কৈছিল যে এই মিউজিয়ামত অনুসূচিত জনজাতিৰ কোনোৱেই প্ৰৱেশ নকৰে। তাৰ পিছত মই বাহিৰতে থাকিলোঁ। মই প্ৰৱেশ কৰা নাছিলো।”

অডিঅ’ ক্লিপটোত প্ৰাক্তন বিধায়কগৰাকীয়ে বিজেপি নেতা আৰু সংঘ পৰিয়ালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা কৰিছে।

ইয়াৰ পিছতেই প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে আৰ এছ এছ-বিজেপি।

Recent News

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd