• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনী আচণবিধি ভংগ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
October 26, 2021 11:53 am
755a84d1-6690-4419-afa1-47bcf15341b2-750x375
263
VIEWS
Share on FacebookShare on Twitter

Show-cause notice to CM ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচনী আচণবিধি ভংগ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

কংগ্ৰেছ দলে ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ দাখিল কৰিছিল।

কংগ্ৰেছৰ পৰা দুটাকৈ অভিযোগ লাভ কৰাৰ পিছতে নিৰ্বাচন আয়োগে অনুসন্ধান চলায় আৰু মুখ্যমন্ত্ৰীগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

ভৱানীপুৰ, মৰিয়নী, থাওৰাৰ নিৰ্বাচনী সভাত বিধি ভংগ কৰি বিভিন্ন ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উপ–নিৰ্বাচনৰ প্ৰচাৰ সভাত বিভিন্ন সমষ্টিত আঁচনি আৰু আৰ্থিক অনুদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই সন্দৰ্ভত ভিডিঅ’সহ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দাখিল কৰিছিল অভিযোগ।

মঙলবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰীক। অন্যথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জাননীত উল্লেখ কৰা হৈছে। 

Recent News

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ পাব ভাৰতে

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ পাব ভাৰতে

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd