• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰত্যাহাৰ কৰা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাসৰ পাঠ্যক্ৰমত ‘মনুস্মৃতি’ আৰু ‘বাবৰনামা’ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2025 7:58 am
প্ৰত্যাহাৰ কৰা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাসৰ পাঠ্যক্ৰমত ‘মনুস্মৃতি’ আৰু ‘বাবৰনামা’ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাচীন সংস্কৃত গ্ৰন্থ ‘মনুস্মৃতি’ আৰু মোগল সম্ৰাট বাবৰ আত্মজীৱনী ‘বাবৰনামা’ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতকৰ ইতিহাসৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়।

এই বিতৰ্কৰ মাজতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য যোগেশ সিঙে স্পষ্টভাৱে উল্লেখ কৰে যে এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হ’ব আৰু একাডেমিক কাউন্সিলৰ বৈঠকত এই প্ৰস্তাৱ দাখিল কৰা নহ’ব।

মঙলবাৰে প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যোগেশ সিঙে কয় যে, “মই উপাচাৰ্য হিচাপে মোৰ জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰিবলৈ ওলাইছো আৰু পাঠ্যক্ৰমত ‘মনুস্মৃতি’ আৰু ‘বাবৰনামা’ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দাখিল কৰিবলৈ নিদিওঁ। আমি এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰি বিকল্প বিষয়ৰ কথা চিন্তা কৰিম।”

উল্লেখযোগ্য যে যোৱা ১৯ ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ যৌথ পাঠ্যক্ৰম সমিতিয়ে মনুস্মৃতি আৰু বাবৰনামক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। অৱশ্যে এই সিদ্ধান্তত এতিয়াও একাডেমিক কাউন্সিল আৰু কাৰ্যবাহী পৰিষদে অনুমোদন জনোৱা নাই।

যোগেশ সিঙে কয়, “ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ মানি চলি আমি এখন উন্নত ভাৰত নিৰ্মাণৰ বাবে কাম কৰি আছো। এয়া একবিংশ শতিকা আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এনে পুৰণি বিষয় অধ্যয়ন নকৰে।”

কিন্তু পাঠ্যক্ৰম সমিতিৰ সদস্যকে ধৰি ইতিহাস বিভাগৰ একাংশ অধ্যাপকে মনুস্মৃতি অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱৰ সপক্ষে যুক্তি দাঙি ধৰিছে যে জাতি আৰু লিংগ বৈষম্য বুজিবলৈ ই অতি প্ৰয়োজনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৃদয় বিদাৰক! ডেৰ বছৰীয়া পুত্ৰক লৈ গংগাত জাপ বিএছএফ জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জপিয়াইছিল গংগাত

হৃদয় বিদাৰক! ডেৰ বছৰীয়া পুত্ৰক লৈ গংগাত জাপ বিএছএফ জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জপিয়াইছিল গংগাত

August 24, 2025 6:18 pm
গাজাত দুৰ্ভিক্ষৰ ঘোষণা ৰষ্ট্ৰসংঘৰ! ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ হুংকাৰ “অস্ত্ৰ ত্যাগ নকৰিলে ধ্বংস হ’ব গাজা”

গাজাত দুৰ্ভিক্ষৰ ঘোষণা ৰষ্ট্ৰসংঘৰ! ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ হুংকাৰ “অস্ত্ৰ ত্যাগ নকৰিলে ধ্বংস হ’ব গাজা”

August 24, 2025 6:02 pm
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ! চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্যসেৱাত

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ! চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্যসেৱাত

August 24, 2025 5:28 pm
২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

August 24, 2025 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৃদয় বিদাৰক! ডেৰ বছৰীয়া পুত্ৰক লৈ গংগাত জাপ বিএছএফ জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জপিয়াইছিল গংগাত

হৃদয় বিদাৰক! ডেৰ বছৰীয়া পুত্ৰক লৈ গংগাত জাপ বিএছএফ জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জপিয়াইছিল গংগাত

August 24, 2025 6:18 pm
গাজাত দুৰ্ভিক্ষৰ ঘোষণা ৰষ্ট্ৰসংঘৰ! ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ হুংকাৰ “অস্ত্ৰ ত্যাগ নকৰিলে ধ্বংস হ’ব গাজা”

গাজাত দুৰ্ভিক্ষৰ ঘোষণা ৰষ্ট্ৰসংঘৰ! ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ হুংকাৰ “অস্ত্ৰ ত্যাগ নকৰিলে ধ্বংস হ’ব গাজা”

August 24, 2025 6:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd