• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ! চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্যসেৱাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2025 5:28 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ স্বাস্থ্য  খণ্ডক লৈ সততে প্ৰশ্ন উত্থাপন হৈ আহিছে। শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত এটি নৱজাতকৰ মৃত্যু হোৱা ঘটনাই ৰাজ্যজুৰি চৰ্চা চলি থকা সময়তে পোহৰলৈ আহিছে অসমৰ  চিকিৎসা খণ্ডৰ আন এক ব্যৰ্থতা।  অসম চিকিৎসা সেৱা সন্থাৰ সাধাৰণ সম্পাদক ডাঃ মাখান শইকীয়াই জনোৱা মতে, অসমৰ স্বাস্থ্য খণ্ডই চিকিৎসক, এম্বুলেন্স, লেবৰ সুবিধাৰ অভাৱৰ দৰে মূল বিষয়ৰ সৈতে যুঁজিব লগীয়া হৈছে। তেওঁ গ্ৰামাঞ্চল আৰু অৰ্ধনগৰীয়া অঞ্চলত স্বাস্থ্য সেৱা উন্নতি আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বোজা লাঘৱ কৰাৰ বাবে জৰুৰী সমাধানৰ আহ্বান জনায়।

ড০ শইকীয়াই উল্লেখ কৰে যে ৰাজ্য চৰকাৰে আন্তঃগাঁথনি উন্নয়ত গুৰুত্ব আৰোপ কৰিছে যদিও কৰ্মচাৰীৰ নাটনি এক ডাঙৰ সমস্যা হৈয়ে আছে। কোনো কোনো অঞ্চলত দৈনিক মাত্ৰ দুই-তিনিজন চিকিৎসকে শ শ ৰোগীক চম্ভালিব লাগে।

Apply Now

চৰকাৰে এক্স-ৰে আৰু ছ’নোগ্ৰাফী মেচিন যোগান ধৰিছে যদিও সেইবোৰ চলাবলৈ কোনো ৰেডিঅ’লজিষ্ট বা টেকনিচিয়ানক নিযুক্তি দিয়া হোৱা নাই। লেব আছে যদিও বিশেষজ্ঞৰ অভাৱত চিকিৎসকে ৰোগীক ব্যক্তিগত সুবিধালৈ পঠিয়াবলৈ বাধ্য হয়। ঔষধো পৰ্যাপ্ত মজুত নাই, প্ৰয়োজনীয় ঔষধ প্ৰায়ে নোহোৱা হয়।

উল্লেখ্য যে উপযুক্ত কোৱাৰ্টাৰ নথকাৰ বাবে চিকিৎসকে গ্ৰাম্যঞ্চলত কাম কৰাৰ পৰা আঁতৰি থাকে বুলি উল্লেখ কৰে ডাঃ শইকীয়াই। ২০০৭ চনত আমছাই তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল, যিয়ে কোৱাৰ্টাৰ ঠিক কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে থাকিল। আবাসসমূহৰ এক চতুৰ্থাংশ জৰাজীৰ্ণ, আৰু সীমাৰ দেৱাল নথকা মহিলা চিকিৎসকৰ বাবে অসুৰক্ষিত।

চিকিৎসালয়সমূহতো ক্ষেত্ৰ ভ্ৰমণৰ বাবে বাহনৰ অভাৱ আৰু জটিল ৰোগীৰ বাবে জীৱন সহায়ক ব্যৱস্থা থকা এম্বুলেন্সৰ প্ৰয়োজন পূৰণ কৰা নাই।

ডাঃ শইকীয়াই মনোবল বৃদ্ধিৰ বাবে ৰাজ্যিক চিকিৎসকসকলৰ উন্নত পদোন্নতিৰ সুযোগৰ আহ্বান জনায়। আাৰু তেওঁ চৰকাৰক সমালোচনা কৰি কয় যে এজন অচিকিৎসকক স্বাস্থ্য সেৱাৰ সঞ্চালক (পৰিয়াল পৰিকল্পনা) পদত ছবছৰ ধৰি থাকিবলৈ দিয়া কাৰ্যক ধিক্কাৰ দিয়ে আৰু অনতিপলমে উক্ত পদত এজন চিকিৎসক নিযুক্তি দিয়াৰ দাবী জনায়।

এই পৰিৱৰ্তনে গ্ৰাম্য স্বাস্থ্যসেৱা শক্তিশালী কৰিব আৰু জিএমচিএইচত অতিৰিক্ত বোজা হ্ৰাস কৰিব বুলি তেওঁ মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd