• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ানক দুৰ্ঘটনাৰ সন্মুখীন ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ পৰিচালক আৰু নায়িকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2023 2:48 pm
32.3k
VIEWS
Share on FacebookShare on Twitter

মুক্তিৰ পূৰ্বেও ‘দ্য কেৰেলা ষ্ট’ৰী’ক লৈ বিতৰ্কৰ অন্ত নাই। আলোচনা, সমালোচনাৰ লগতে আনকি মৃত্যুৰ ভাবুকিও লাভ কৰিছে চিনেমাখনৰ পৰিচালক আৰু কলা-কুশলী সকলে।

ইয়াৰ পিছতে এইবাৰ পৰিচালক সুদীপ্ত সেন আৰু মুখ্য অভিনেত্ৰী আদা শৰ্মা ডাঙৰ বিপদৰ সন্মুখীন হৈছে।

দেওবাৰে মুম্বাইৰ কৰিম নগৰৰ এক অনুষ্ঠানলৈ গৈ আছিল ছবিখনৰ পৰিচালক তথা মুখ্য অভিনেত্ৰী আদা শৰ্মা। কিন্তু হঠাতে তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত দুয়োজন গুৰুতৰভাৱে আহত হয়। লগে লগে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, এতিয়া তেওঁলোকৰ স্বাস্থ্য ভাল।

জানিব পৰা মতে, দেওবাৰে বিয়লি দুয়োজনে ‘দ্য কেৰেলা ষ্ট’ৰী’ বিষয়ক আলোচনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওলাইছিল। কিন্তু বাটত তেওঁলোকৰ গাড়ীখনে এখন গাড়ীৰ সৈতে খুন্দা মাৰে। গুৰুতৰভাৱে আহত হয় পৰিচালক আৰু অভিনেত্ৰীগৰাকী। সময়মতে চিকিৎসালয়লৈ নিয়াৰ পিছত বৰ্তমান তেওঁলোক সুস্থ হৈ উঠিছে।

কিন্তু পৰিচালকে দুৰ্ঘটনাটোৰ বিষয়ে একো নকলে। কালি তেওঁ কয় যে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে মুম্বাইত অনুষ্ঠিত হোৱা অনুষ্ঠানত তেওঁলোক উপস্থিত থাকিব নোৱাৰিলে। লগতে তেওঁ দুখ প্ৰকাশ কৰে।

Recent News

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd