• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাধ্যৰ বাহিৰত এম্বুলেন্সৰ ভাড়া : গাড়ীৰ ওপৰত বান্ধি পুত্ৰৰ মৃতদেহ লৈ গ’ল পিতৃয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 8, 2024 6:45 pm
250
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডৰ পিথোৰাগড়ত দেখা গ’ল এনে এক দৃশ্য। মৃত পুত্ৰৰ দেহ গাড়ীৰ ওপৰত বান্ধি নিয়া দেখা গ’ল এজন পিতৃয়ে।

পিথোৰাগড় অঞ্চলত ঘৰতে এজন যুৱকে আত্মহত্যা কৰিছিল। তেওঁৰ মৃতদেহ চিকিৎসালয়লৈ নিবলৈ পৰিয়ালৰ লোকে এম্বুলেন্স মাতিছিল। কিন্তু এম্বুলেঞ্চৰ ভাড়াৰ বাবে ১০-১২ হাজাৰ টকা বিচৰা হয়।

দুখীয়া পৰিয়ালটোৱে সেই ধন দিব পৰা নাছিল। অভিযোগ অনুসৰি, স্থানীয় লোকে যুৱকজনৰ মৃতদেহ এখন গাড়ীৰ ওপৰত বান্ধি পিথোৰাগড় চিকিৎসালয়লৈ লৈ যায়।

খোদ মুখ্যমন্ত্ৰী পুষ্কৰে অসন্তুষ্টি প্ৰকাশ কৰি ৰাজ্যৰ স্বাস্থ্য সচিব ৰাজেশ কুমাৰক এই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে এম্বুলেন্স কোম্পানী আৰু অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

Recent News

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd