• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2025 9:56 am
130
VIEWS
Share on FacebookShare on Twitter

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল। যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈকে অনুষ্ঠিত হৈছিল এই পৰীক্ষা। লগতে ২৯ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল ব্যৱহাৰিক পৰীক্ষা সমূহ।

এইবাৰ এই পৰীক্ষাত কলা শাখাৰ পৰা ২,৩০,০৯১ গৰাকী, বিজ্ঞান শাখাৰ পৰা ৫৭,৭২৪ গৰাকী, বাণিজ্য শাখাৰ পৰা ১৭,৮৬৯ গৰাকী আৰু বৃত্তিমূলক শিক্ষাৰ পৰা ১,২৪১ গৰাকী ছাত্ৰ-ছাত্ৰী উৰ্তীণ হৈছে।

উল্লেখ্য যে এইবাৰ বাণিজ্য শাখাত উত্তীর্ণ হাৰ ৮২.১৮ শতাংশ , কলা শাখাত উত্তীৰ্ণ হাৰ ৮১.০৩ শতাংশ, বিজ্ঞান শাখাত উত্তীর্ণ হাৰ ৮৪.৮৮ শতাংশ ।‎

এই পৰীক্ষাত মুঠ ২,২৬,৭৫৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ – ৪৯,৫৭৭ গৰাকী,  দ্বিতীয় বিভাগত উত্তীৰ্ণ – ৮০,৬৫০ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ – ৫৩,৫১৮ গৰাকী ছাত্ৰ-ছাত্ৰী।

উল্লেখ্য যে এইবাৰ কলা শাখাত ৯৪.২১ শতাংশ উত্তীৰ্ণ হাৰেৰে শীৰ্ষত আছে বাক্সা জিলা । বিজ্ঞান শাখাত ১০০ শতাংশ উত্তীৰ্ণ হাৰৰ সৈতে শীৰ্ষ স্থান দখল কৰিছে পশ্চিম কাৰ্বি আংলং জিলাই । আনহাতে বাণিজ্য শাখাক শীৰ্ষত দক্ষিণ শালমৰা জিলা । জিলাখনত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ ।

চৰকাৰে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়সমূহৰ পৰা মাৰ্কশ্বীট সংগ্ৰহ কৰিব লাগিব। অনলাইন মাৰ্ক শ্বীটখন ছাত্ৰ-ছাত্ৰীয়ে কলেজত নামভৰ্তিৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰিব পাৰিব।

Recent News

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

ইণ্ডিয়া ঐক্যত নাথাকে আম আদমি পাৰ্টী : কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ ঘোষণা

ইণ্ডিয়া ঐক্যত নাথাকে আম আদমি পাৰ্টী : কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ ঘোষণা

যুদ্ধৰ প্ৰভাৱ! ভাৰতৰ তেল শোধনাগাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে ইউৰোপীয় ইউনিয়নে

যুদ্ধৰ প্ৰভাৱ! ভাৰতৰ তেল শোধনাগাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে ইউৰোপীয় ইউনিয়নে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd