• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংগ্ৰামী জীবন! পেৰুৰ বিদ্ৰোহী সংগঠন ছাইনিং পাথৰ প্ৰতিষ্ঠাপক এবিমায়েল গুজমেনৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2021 12:20 pm
Abimael-Guzman peru

এবিমায়েল গুজমেন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাওবাদী ক্ৰান্তিকাৰী পেৰুৰ বিদ্ৰোহী সংগঠন ছাইনিং পাথৰ প্ৰতিষ্ঠাপক নেতা এবিমায়েল গুজমেনৰ শনিবাৰে ৮৬ বছৰ বয়সত দেহাৱসান ঘটে।

গুজমেনক ১৯৯২চনত লীমাত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এগৰাকী সন্ত্ৰাসবাদী হিচাপে দোষী সাৱ্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল।

পেৰুৰৰ কাৰাগাৰত বন্দী হৈ থকা গুজমেন এমাহ ধৰি অসুস্থ হৈ থকাৰ পাছত যোৱা আগষ্টৰ প্ৰথমভাগত হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

শনিবাৰে কাৰাগাৰৰ অধীক্ষকে জানিবলৈ দিয়ে যে দুদিন ধৰি তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু উন্নত চিকিৎসাৰ বাবে নিয়াৰ পূৰ্বে তেওঁ থকা চেলতে মৃত্যুক সাৱটি লয়।

দৰ্শন শাস্ত্ৰৰ অধ্যাপক গুজমেন এগৰাকী আজীৱন কমিউনিষ্ট নেতা আছিল। তেওঁ ১৯৬০ৰ দশকৰ শেষৰ পিনে চীন ভ্ৰমণ কৰাৰ পাছত মাও চে তুঙৰ সাংস্কৃতিক বিপ্লৱৰ দ্বাৰা প্রভাৱিত হৈছিল। তেওঁ  ১৯৮০ চনত আৰম্ভ হোৱা শ্ৰেণী সংঘৰ্ষৰ জৰিয়তে মাও চে তুঙৰ কমিউনিষ্টি ধাৰাক পেৰুত প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়।

Also read: EPFO, উৎকোচ লোৱাৰ অপৰাধত গুৱাহাটীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে EPFOৰ কৰ্মচাৰীক

গুজমেনে ছাইনিং পাথৰ প্ৰতিষ্ঠা কৰি তাত কৃষক আৰু কট্টৰপন্থী ছাত্ৰসকলৰ সন্মিলিত শক্তিক লেটিন আমেৰিকাৰ আটাইতকৈ হিংস্ৰ গৰিলা সেনালৈ ৰূপান্তৰিত কৰিছিল।

১৯৮০চনত কেইবাবছৰৰ প্ৰস্তুতিৰ পাছত বিশ্বাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গুজমেনে অয়াকুচো চহৰৰ বাহিৰৰ এণ্ডিজত সমৰ্থকসকলৰ এটা গোটক নেতৃত্ব দিছিল।

তেওঁৰ অনুৰাগীসকলে মাৰ্ক্স, লেনিন আৰু মাওৰ অনুসৰণত গুজমেনক মাৰ্ক্সবাদৰ চতুৰ্থ নেতা হিচাপে মান্য কৰি স্বাধীনতাকামী শ্ল’গান, গীত, পোষ্টাৰৰ লগতে সাহিত্যও সৃষ্টি কৰে।

অৱশ্যে, অধিকাংশ পেৰুবাসীয়ে গুজমেন সম্পৰ্কত যি প্ৰথম ছবি দেখিছিল সেয়া ক্ৰান্তিকাৰী নাছিল। পাছলৈ  তেওঁৰ আক্ৰমণৰ তীব্ৰতা বৃদ্ধি পাইছিল আৰু দেশখনৰ তৎকালীন ৰাষ্ট্ৰপতি এলবাৰ্টো ফুজিমুৰীয়ে বিদ্ৰোহ দমনৰ লক্ষ্যৰে উগ্ৰবাদী শক্তিক নিয়ন্ত্ৰণ কৰে।

১৯৯২চনত লীমাত এটা বিশাল আৰু সুৰক্ষিত ঘৰৰ পৰা আৰক্ষীয়ে গুজমেনক গ্ৰেপ্তাৰ কৰে আৰু তাৰপাছত আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

১৯৮০ৰ দশকত গুজমেনৰ প্ৰথমা পত্নী আগষ্টা লা টোৰেৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে। ২০১০চনত তেওঁ দীৰ্ঘদিনীয়া প্ৰেমিকা এলেনা ইপাৰাগিলক বিয়া কৰায়। তেওঁকো গুজমেনৰ দৰেই আজীৱন কাৰাদণ্ড বিহা হৈছিল। এই দুয়োগৰাকী মহিলা ছাইনিং পাথৰ নেতৃত্বত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd