• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত পৰিস্থিতি সাপেক্ষে অধিক কঠোৰ হোৱাৰ ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 22, 2021 4:56 pm
IMG_20210622_142716

ফটো: নর্থইষ্ট নাও।

228
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন ক’ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে।

দুপৰীয়াৰ ভাগত  উপস্থিত হোৱা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে গোলাঘাটৰ স্প’ৰ্টচ কমপ্লেক্সত থকা ক’ভিড প্ৰতিষেধক টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ।

ক’ভিড প্ৰতিষেধক কেন্দ্ৰ পৰ্যবেক্ষণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই। তেওঁ বৰ্তমান ৰাজ্যত ক’ভিডৰ সৈতে মোকাবিলা কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমানৰ ভেকচিন,অক্সিজেন মজুত আছে বুলিও জানিবলৈ দিয়ে।

আনহাতে, সম্পূৰ্ণ  লকডাউন দিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কয় যে , গোলাঘাট জিলাখনত আংশিক লকডাউনেই হৈ থাকিব। প্ৰয়োজনত অংশবিশেষত লকডাউন দিয়া বা কন্টেইমেন্ট জ’ন ঘোষণা কৰা হ’ব পাৰে বুলি কয় যদিও সেইয়া স্পষ্টকৈ কোৱা পৰিলক্ষিত নহ’ল।

অৱশ্যে, লকডাউনৰ নীতি-নিৰ্দেশনা পূৰ্বতকৈ কঠোৰ হ’ব বুলি স্পষ্টকৈ জানিবলৈ দিয়ে মন্ত্ৰী জনে।

তদুপৰি, আজি মন্ত্ৰী জনে জিলাখনৰ বোকাখাত নাট্য মন্দিৰ, বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুল, সৰুপথাৰৰ থুৰাজান এম ই স্কুল, খুমটাইৰ জয়া গগৈ কলেজ, পাঁচ আলি শিৱ মন্দিৰ আৰু দেৰগাঁৱৰ মাৰোৱাৰী ধৰ্মশালা আদি সাতটা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উপস্থিত হৈ সবিশেষ বুজ লয়।

Tags: COVID-19

Recent News

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd