• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IGNOUৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি; কেনেকৈ কৰিব পঞ্জীয়ন?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2020 8:37 am
ignou-september-2020-hall-ticket

প্ৰতিনিধিত্বমূলক ফটো।

2.1k
VIEWS
Share on FacebookShare on Twitter

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU)ৰ জুলাই শিক্ষাবৰ্ষৰ  বাবে নামভৰ্তিৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

এতিয়া  IGNOU ২০২০ৰ নামভৰ্তিৰ বাবে আবেদনৰ সময়সীমা ১৫ নৱেম্বৰ ২০২০’লৈ বৃদ্ধি কৰা হৈছে।

পূৰ্বে  IGNOU ২০২০ৰ জুলাই শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে আবেদনৰ অন্তিম সময়সীমা আছিল ৩১ অক্টোবৰ।

কৰ’না পৰিস্থিতিৰ বাবে এতিয়া ১৫ নৱেম্বৰলৈ এই তাৰিখ বৃদ্ধি কৰা হৈছে।

যিসকল প্ৰাৰ্থীয়ে IGNOUৰ আগন্তুক শিক্ষাবৰ্ষত নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে IGNOUৰ অফিচিয়েল ৱেবছাইট ignou.ac.inত গৈ নাম পঞ্জীয়ন কৰি আবেদনপত্ৰ পূৰণ কৰিব লাগিব।

কিন্তু কেনেকৈ কৰিব পঞ্জীয়ন? চাওক তাৰ প্ৰক্ৰিয়া-

ক) IGNOUৰ অফিচিয়েল ৱেবছাইট ignou.ac.inত যাব লাগিব।

খ) হোমপেজত গৈ ‘Admissions’ টেবত ক্লিক কৰিব। তাৰপাছত ‘Register Online’ ত ক্লিক কৰিব।

গ) ইয়াত উল্লেখ কৰা তথ্যসমূহ দি আবেদন পত্ৰ পূৰণ কৰিব লাগিব।

ঘ) আনলাইন যোগে আবেদন মাছুল জমা দিব লাগিব।

প্ৰাৰ্থীসকলে পঞ্জীয়নৰ লগতে অনলাইন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ আবেদন পত্ৰৰ শেহতীয়া স্থিতি সম্পৰ্কে ট্ৰেক কৰিব পাৰিব।

সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে পঞ্জীয়ন মাছুল হৈছে ২০০টকা। এইক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ বাবে কোনো পঞ্জীয়ন মাছুল নালাগে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd