• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভাত গৃহীত হ’ল ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক! তীব্ৰ বিৰোধিতা বিৰোধীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 17, 2024 7:48 pm
94
VIEWS
Share on FacebookShare on Twitter

লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সংবিধান সংশোধনী বিধেয়কখন মঙলবাৰে লোকসভাত উত্থাপন কৰা হয়। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এক এক দেশ-এক নিৰ্বাচন বিধেয়ক নামেৰে পৰিচিত সংবিধান (১২৯ সংশোধনী) বিধেয়ক, ২০২৪ উত্থাপন কৰে।

ইফালে  বিৰোধীয়ে তীব্ৰ বিৰোধিতা কৰিছে এক দেশ এক নিৰ্বাচন বিধেয়কখনৰ। বিৰোধীয়ে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী উত্থাপন হৈছে। অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিধেয়খন কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছতে যুটীয়া সংসদীয় সমিটিলৈ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধীয়ে। বিৰোধীয়ে বিধেয়কখনক অসাংবিধানিক বুলি অভিহিত কৰি প্ৰত্যাহাৰৰ দাবী জনায়। বিৰোধীৰ বিৰোধিতাৰ মাজতো এক দেশ এক নিৰ্বাচন বিধেয়ক লোকসভাত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে ভোটদান গ্ৰহণ অনুষ্ঠিত কৰা হয়। য’ত বিধেয়কখনৰ সপক্ষে ২৬৯টা ভোট পৰাৰ বিপৰীতে ১৯৮জন সাংসদে বিধেয়কখনৰ বিৰোধিতা কৰে। এই ভোটদানৰ অন্তত সদনৰ কাম-কাজ বিয়লি ৩ বজালৈ স্থগিত ৰখা হয়। অৱশ্যে এই বিধেয়কখন দেশৰ সংবিধান বিৰোধী। লোকসভাত আইনখন গ্ৰহণ কৰিলেও বিৰোধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।

ইফালে সংবিধানৰ মৌলিক গাঁথনিৰ বিৰোধী বুলি দাবী কৰি এই বিধেয়কখনৰ বিৰোধিতা কৰি এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱাইছিয়ে। তেওঁ কয় যে এই বিধেয়কখনে আঞ্চলিক দলসমূহ নিৰ্মূল কৰি কেৱল ৰাষ্ট্ৰীয় দলসমূহকহে লাভৱান কৰিব।

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে এই বিধেয়কখনে জনসাধাৰণৰ ভোটাধিকাৰৰ ওপৰত আক্ৰমণ কৰিব। এই বিধেয়কখনত নিৰ্বাচন আয়োগক বহু ক্ষমতা প্ৰদান কৰা হৈছে। সংবিধানত নিৰ্বাচন আয়োগক কেৱল নিৰ্বাচন অনুষ্ঠিত কৰিবলৈহে এই ব্যৱস্থা প্ৰদান কৰিছে যদিও এই বিধেয়কত ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা পৰামৰ্শ লোৱাৰ ব্যৱস্থা আছে, যিটো সংবিধানৰ বিৰোধী।

তৃণমূল কংগ্ৰেছেও তীব্ৰ বিৰোধিতা কৰিছে বিধেয়কখন। টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে কয় যে বিধেয়খনত নিৰ্বাচন আয়োগক বহু ক্ষমতা দিয়া হৈছে। বিধেয়কখনৰ বিৰোধিতা কৰি তেওঁ কয় যে সাংবিধানিক সংশোধনীৰ অধীনত নিৰ্বাচন আয়োগক বহু ক্ষমতা প্ৰদান কৰা হৈছে।

Recent News

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd