• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 16, 2025 4:25 pm
62
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত কেইবাটাও সালসলনি কৰিছে। বিশেষকৈ এই নতুন গ্ৰন্থত দিল্লী চুলতান আৰু মোগল যুগৰ ধৰ্মীয় অসহিষ্ণুতাৰ কেইবাটাও উদাহৰণৰ ওপৰত আলোকপাত কৰা হৈছে।

চুলতান আৰু মোগল যুগৰ সামাজিক ইতিহাস এই গ্ৰন্থত প্ৰথমবাৰৰ বাবে সন্নিবিষ্ট কৰা হৈছে। য’ত মোগল বংশৰ প্ৰতিষ্ঠাপক বাবৰক ‘নিষ্ঠুৰ আৰু নিৰ্দয় সম্ৰাট’ বুলি বৰ্ণনা কৰা হৈছে।

উল্লেখ আছে যে তেওঁ নগৰৰ সকলো বাসিন্দাক বধ কৰিছিল। মোগল সম্ৰাট আকবৰক ‘অত্যাচাৰ আৰু সহনশীলতাৰ মিশ্ৰণ’ বুলি অভিহিত কৰা হৈছে। গ্ৰন্থখনত ঔৰংজেবক মন্দিৰ আৰু গুৰদ্বাৰ ভাঙি পেলোৱাৰ নায়ক হিচাপে চিনাক্ত কৰা হৈছে। এই সমাজ বিজ্ঞানৰ কিতাপখনত এনচিইআৰটিয়েও এটা ডিচক্লেইমাৰ সংযোজন কৰিছে। ইতিহাসৰ কিছুমান অন্ধকাৰ যুগৰ ওপৰত টোকা শীৰ্ষক এই টোকা শিতানত উল্লেখ আছে যে অতীতৰ এইবোৰ পৰিঘটনাৰ বাবে আজি কাকো দোষী সাব্যস্ত কৰিব নোৱাৰি।

এনচিইআৰটিয়ে প্ৰকাশ কৰিছে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান গ্ৰন্থৰ প্ৰথম খণ্ড। নাম দিয়া হৈছে ‘এক্সপ্ল’ৰিং ছ’চাইটি: ইণ্ডিয়ান এণ্ড বিয়ণ্ড’। চলিত শিক্ষাবৰ্ষৰ পৰাই এই গ্ৰন্থখনৰ পৰিচয় দিয়া হৈছে। যদিও ত্ৰয়োদশ-১৮ শতিকাৰ ইতিহাস ইতিমধ্যে সপ্তম শ্ৰেণীৰ কিতাপখনৰ পাঠ্যত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু সংগঠনটোৱে কয় যে নতুন পাঠ্যক্ৰমত অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দিল্লী চুলতান, মোগল আৰু মাৰাঠা সাম্ৰাজ্যৰ পৰিচয় দিয়া হৈছে।গ্ৰন্থখনৰ এটা অধ্যায় – ‘Reshaping India’s Political Map’ত ত্ৰয়োদশ শতিকাৰ পৰা ১৭ শতিকাৰ ইতিহাস সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত চুলতানত্বৰ উত্থান-পতন আৰু বিজয়নগৰ সাম্ৰাজ্যৰ সংগ্ৰামসমূহ অন্তৰ্ভুক্ত। মোগল যুগৰ উত্থান-পতনৰ লগতে ইয়াত মাৰাঠা আৰু শিখ শক্তিৰ উত্থানৰ কথাও তাত উল্লেখ আছে।

Recent News

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd