• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

COVID-19 ৰ পৰা এতিয়াও মুক্ত উত্তৰ-পূবৰ এখন ৰাজ্য ছিকিম

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
April 5, 2020 9:11 am
COVID-10 positive cases reach 3900 in Assam

প্ৰতিনিধিত্বমূলক ফটো

5.4k
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তত COVID-19 ৰ নতুন নতুন ঘটনা সংঘটিত হৈ থকাৰ সময়ত, উত্তৰ-পূবৰ এখন ৰাজ্য ছিকিম এতিয়াও COVID-19 ৰ পৰা মুক্ত হৈ আছে।

ৰাজ্যখনত সন্দেহজনক COVID-19 ৰ মুঠ ৩৭টা নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু সকলোকেইটাই নিগেটিভ পোৱা গৈছে।

শনিবাৰে গেংটকত প্ৰধান সচিব কে শ্ৰীনিৱাছুলু আৰু সচিব ড০ পি টি ভূটিয়াই এখন সংবাদমেলত ৰাজ্যখনৰ COVID-19ৰ শেহতীয়া স্থিতি সম্পৰ্কে অৱগত কৰে।

প্ৰধান সচিবগৰাকীয়ে সদৰী কৰে যে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা সন্দেহজনক COVID-19 ৰ ৩৭টা নমুনাই নিগেটিভ ওলাইছে আৰু সেইদৰে ছিকিমত বৰ্তমান  COVID-19ৰ ঘটনা শূন্য।

তেওঁ জনায় যে ডিপাৰ্টমেন্ট অফ হেলথ ৰিচাৰ্ছ-ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আইচিএমআৰ)ৰ অধীনত এটা ভাইৰাছ গৱেষণা লেব সোনকালেই গেংটকৰ STNM হাস্পাতল চৌহদত স্থাপন কৰা হ’ব।

তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যখনে শনিবাৰে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীৰ এটা চালান পোৱা গৈছে যিটোৱে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰক COVID-19ৰ বিৰুদ্ধে চলোৱা প্ৰচেষ্টা তথা প্ৰস্তুতি শক্তিশালী কৰিব।

তেওঁ কয় যে এই চালান লৈ অনাৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী, মুখ্য সচিব আৰু দিল্লীৰ আৱাসিক আয়ুক্তৰ বৃহৎ ভূমিকা আছে।

প্ৰধান সচিবগৰাকীয়ে ৰাইজক আংতকিত নহ’বলৈ আহ্বান জনায় যদিও এই পৰিস্থিতিত চৰকাৰৰ নিৰ্দেশ তথা লকডাউন কঠোৰভাৱে মানি চলিবলৈ কয়।

ৰাজ্যখনক সংক্ৰমণমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে সৰ্বাত্মক প্ৰচেষ্টা চলাইছে বুলিও তেওঁ কয়।

তেওঁ লগতে কয় যে এই সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ সামাজিক দূৰত্ব বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

তেওঁ ব্যক্ত কৰে যে এই সংক্ৰমণৰ পৰা ছিকিমৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু কৰ্মচাৰীসকলে দিনে নিশাই কাম কৰি আছে।

Tags: COVID19

Recent News

Vinfast VF7: বজাৰলৈ আহি আছে নতুন ইলেক্ট্ৰিক এছইউভি ভিনফাষ্ট VF7; ফিচাৰসমূহ জানেনে?

Vinfast VF7: বজাৰলৈ আহি আছে নতুন ইলেক্ট্ৰিক এছইউভি ভিনফাষ্ট VF7; ফিচাৰসমূহ জানেনে?

সমাপ্ত হ’ব পাৰে ইউ পি আইৰ বিনামূলীয়া সেৱা! ইংগিত দিলে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই

সমাপ্ত হ’ব পাৰে ইউ পি আইৰ বিনামূলীয়া সেৱা! ইংগিত দিলে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই

পৰীক্ষণ অবিহনেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাল ১৩ লক্ষাধিক লোকৰ নাম-দাবী প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

পৰীক্ষণ অবিহনেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাল ১৩ লক্ষাধিক লোকৰ নাম-দাবী প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

‘গডমেন’ৰ সৈতে সম্পৰ্ক, ১৬২খন দেশ ভ্ৰমণ; ভুৱা দূতাবাস সাজি ৩০০ কোটি টকাৰ প্ৰতাৰণা হৰ্ষবৰ্ধনৰ

‘গডমেন’ৰ সৈতে সম্পৰ্ক, ১৬২খন দেশ ভ্ৰমণ; ভুৱা দূতাবাস সাজি ৩০০ কোটি টকাৰ প্ৰতাৰণা হৰ্ষবৰ্ধনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd