• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

COVID-19 ৰ পৰা এতিয়াও মুক্ত উত্তৰ-পূবৰ এখন ৰাজ্য ছিকিম

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
April 5, 2020 9:11 am
COVID-10 positive cases reach 3900 in Assam

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তত COVID-19 ৰ নতুন নতুন ঘটনা সংঘটিত হৈ থকাৰ সময়ত, উত্তৰ-পূবৰ এখন ৰাজ্য ছিকিম এতিয়াও COVID-19 ৰ পৰা মুক্ত হৈ আছে।

ৰাজ্যখনত সন্দেহজনক COVID-19 ৰ মুঠ ৩৭টা নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু সকলোকেইটাই নিগেটিভ পোৱা গৈছে।

Apply Now

শনিবাৰে গেংটকত প্ৰধান সচিব কে শ্ৰীনিৱাছুলু আৰু সচিব ড০ পি টি ভূটিয়াই এখন সংবাদমেলত ৰাজ্যখনৰ COVID-19ৰ শেহতীয়া স্থিতি সম্পৰ্কে অৱগত কৰে।

প্ৰধান সচিবগৰাকীয়ে সদৰী কৰে যে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা সন্দেহজনক COVID-19 ৰ ৩৭টা নমুনাই নিগেটিভ ওলাইছে আৰু সেইদৰে ছিকিমত বৰ্তমান  COVID-19ৰ ঘটনা শূন্য।

তেওঁ জনায় যে ডিপাৰ্টমেন্ট অফ হেলথ ৰিচাৰ্ছ-ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আইচিএমআৰ)ৰ অধীনত এটা ভাইৰাছ গৱেষণা লেব সোনকালেই গেংটকৰ STNM হাস্পাতল চৌহদত স্থাপন কৰা হ’ব।

তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যখনে শনিবাৰে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীৰ এটা চালান পোৱা গৈছে যিটোৱে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰক COVID-19ৰ বিৰুদ্ধে চলোৱা প্ৰচেষ্টা তথা প্ৰস্তুতি শক্তিশালী কৰিব।

তেওঁ কয় যে এই চালান লৈ অনাৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী, মুখ্য সচিব আৰু দিল্লীৰ আৱাসিক আয়ুক্তৰ বৃহৎ ভূমিকা আছে।

প্ৰধান সচিবগৰাকীয়ে ৰাইজক আংতকিত নহ’বলৈ আহ্বান জনায় যদিও এই পৰিস্থিতিত চৰকাৰৰ নিৰ্দেশ তথা লকডাউন কঠোৰভাৱে মানি চলিবলৈ কয়।

ৰাজ্যখনক সংক্ৰমণমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে সৰ্বাত্মক প্ৰচেষ্টা চলাইছে বুলিও তেওঁ কয়।

তেওঁ লগতে কয় যে এই সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ সামাজিক দূৰত্ব বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

তেওঁ ব্যক্ত কৰে যে এই সংক্ৰমণৰ পৰা ছিকিমৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু কৰ্মচাৰীসকলে দিনে নিশাই কাম কৰি আছে।

Tags: COVID19
সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd