• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিষাক্ত চুলাই পান কৰি ৩৮ জনৰ মৃত্যু : ৰাজ্যত চুলাই উৎখাত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2020 5:44 pm
Story-3-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

425
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱত বিষাক্ত চুলাই মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৩৮ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনৰ তিনিখন জিলা ক্ৰমে তৰ্ন তৰণ জিলাত ১৩ জন, অমৃতচৰত ১১ জন আৰু বাটালা জিলাত ৮ জন লোকৰ মৃত্যু ঘটিছে বিষাক্ত চুলাই মদ পান কৰি।

উল্লেখ্য যোৱা ২৯ জুলাইৰ নিশা প্ৰথমে অমৃতচৰ জিলাৰ দুখন গাঁৱত বিষাক্ত চুলাই পান কৰি ৫ জন লোকৰ মৃত্যু ঘটিছিল।

ইয়াৰ পিছতে অন্য দুখন জিলাতো বিষাক্ত চুলাই পান কৰাৰ ফলত মানুহৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

শুকুৰবাৰৰ ৰাতিলৈ এই বিষাক্ত চুলাই পান কৰি মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৩৮ গৰাকীলৈ বৃদ্ধি পাইছে।

ইয়াৰ উপৰি কেবাজনো লোক বিষাক্ত চুলাই পান কৰি অসুস্থ হৈ আছে বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অমৃতচৰ জিলাৰ মুছাল গাঁৱৰ পৰা বলবিন্দৰ কৌৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে বিষাক্ত চুলাই উৎপাদনৰ লগত জড়িতসকলক কঠোৰ শাস্তি বিহা হ’ব বুলি ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষীক ৰাজ্যজুৰি চলি থকা বেআইনী মদৰ উৎপাদন আৰু দোকান উৎখাত কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে এক টুইটাৰত কয়, “বিষাক্ত মদ পান কৰি মৃত্যু হোৱা ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ নিৰ্দেশ দিয়া হৈছে। জলন্ধৰ সংমণ্ডলৰ আয়ুক্তই এই তদন্ত কৰিব। সংশ্লিষ্ট জিলাৰ এচএচপি আৰু অন্যান্য প্ৰশাসনীয় বিষয়াসকলে তেওঁক সহায় কৰিব। দোষী কেতিয়াও বাচি যাব নোৱৰিব।”

Recent News

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd