• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলদৈত বজৰং দলৰ অস্ত্ৰৰ মুকলি প্ৰশিক্ষণ; বন্দুক, পিষ্টলৰ প্ৰদৰ্শনে কঢ়িয়াই আনিছে আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2023 12:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত ৪ দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। মংগলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলে আ্ৰয়োজন কৰা অস্ত্র প্ৰশিক্ষণ শিবিৰত মুঠ ৫৫৫গৰাকী সদস্যক প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ শিবিৰত পিষ্টল আৰু বন্দুক চালনা, তৰোৱাল চালনাৰ লগতে ধনুকাড়, লাঠিৰ মুকলিকৈ প্ৰশিক্ষণ দিয়া হৈছিল।

ৰাজ্যৰ লগতে আন ৰাজ্যৰ সদস্যও উপস্থিত থকা উক্ত প্ৰশিক্ষণ শিৱিৰকলৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংগঠনটোৱে যদিও জানিবলৈ দিছে যে এই শিবিৰৰ উদ্দেশ্য উঠি অহা প্ৰজন্মক আত্মৰক্ষাৰ কৌশল শিকোৱা, কিন্তু মুকলিকৈ এইদৰে আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰ তেওঁলোকে কেনেকৈ অনুমতি পালে তাকলৈ প্ৰশ্ন উত্থাপিত হৈছে।

লগতে পঢ়ক: চলন্ত ৰে’লতে গুলীচালনা! আৰ পি এফ জোৱানৰ গুলীত নিহত সহকাৰী উপ পৰিদৰ্শক সহ ৪ জন

যোৱা ২৭ জুলাইৰ পৰা ৪দিনীয়াকৈ অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত ৰাজ্যখনৰ প্ৰায় ২৮ খন জিলাৰ ৪০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। তদুপৰি, ত্ৰিপুৰা আৰু মেঘালয়ৰ পৰাও কেইগৰাকীমান প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশ লৈছিল।

বজৰং দলৰ অসম প্ৰদেশ সমিতিয়ে আয়োজন কৰা এই শিবিৰত অংশ লোৱা বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙে সংবাদ মাধ্যমৰ আগত মুকলিকৈ অস্ত্ৰ শস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ কথা জানিবলৈ দিছিল।

প্ৰশ্ন হৈছে প্ৰশাসনৰ জ্ঞাতসাৰেই অনুজ্ঞাপত্ৰ নথকাকৈ বন্দুক-পিষ্টলৰ প্ৰশিক্ষণ দি বজৰং দলে অসমত হিংসাত্মক পৰিস্থিতি সৃষ্টিত ইন্ধন যোগোৱাৰ অভিযোগ উঠিছে। এইক্ষেত্ৰত ৰাজ্য প্ৰশাসন তথা দৰং জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

  লগতে পঢ়ক: ‘যুদ্ধ এতিয়া ৰাছিয়াত প্ৰৱেশ কৰিছে’; মস্কোত ড্ৰ’ন আক্ৰমণৰ পিছত মন্তব্য জেলেনস্কিৰ

ইতিমধ্যে এই প্ৰশিক্ষণ শিবিৰৰ দৃশ্য বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাত কিছু যুৱকক হাতত উদ্যত পিষ্টল আৰু বন্দুক লৈ গুলীচালনাৰ প্ৰশিক্ষণ লৈ থকা দেখা হৈছে।

এনেদৰে মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু ৰাজ্যৰ আইন শৃংখলাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই মুকলিকৈ এই অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙক অচিৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

  লগতে পঢ়ক: পাকিস্তানত ৰাজনৈতিক সভাত বোমা বিস্ফোৰণত কমেও ৪০ জনৰ মৃত্যু; আহত ১৫০জন

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে যে ‘’আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি ভাৰতবৰ্ষৰ সংবিধানত শপত লোৱা এগৰাকী ব্যক্তি। ধৰ্ম নিৰপেক্ষতাত শপত লোৱা এগৰাকী ব্যক্তি, আপুনি গণতান্ত্ৰিক ব্যৱস্থাৰে সমতা প্ৰতিষ্ঠা কৰিবলৈ শপত লোৱা এগৰাকী ব্যক্তি, আপুনি গৃহমন্ত্ৰীৰ দায়িত্বতো আছে, ৰাজ্যত এটা আৰক্ষী বিভাগো আছে। তেনেস্থলত সংবিধানৰ কোনটো নীতিয়ে বা কোনখন আইনে অসমৰ মাটিত কোনোবা বিশেষ এটা সংগঠনক মুকলি কৈ অস্ত্ৰৰ প্ৰশিক্ষণ দিবলৈ অনুমতি প্ৰদান কৰিছে ?’’

এতিয়া এই সন্দৰ্ভত ৰাজ্য চৰকাৰ তথা আৰক্ষী বিভাগে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd