• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঢ়া-শুনাত ভাল হোৱাৰ শাস্তি! পৰীক্ষা দিবলৈ যোৱাৰ পথত দলিত ছাত্ৰৰ আঙুলি কাটিলে দুষ্কৃতিকাৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 6:30 pm
120
VIEWS
Share on FacebookShare on Twitter

পুনৰ দলিতৰ ওপৰত হোৱা এক বৰ্বৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। পৰীক্ষা দিবলৈ যোৱাৰ পথত এজন দলিত ছাত্ৰৰ আঙুলি কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

তামিলনাডুত সংঘটিত হৈছে এই নৃশংস ঘটনা।

সূত্ৰ অনুসৰি স্কুলীয়া ছাত্ৰগৰাকীয়ে কিছুদিন পূৰ্বে কাবাডী মেচত আন ছাত্ৰৰ দল এটাক পৰাস্ত কৰিছিল। যাৰ বাবে প্ৰতিশোধ ল’বলৈ তেওঁৰ আঙুলি কাটি পোলোৱা হ’ল।

কিন্তু ছাত্ৰজনৰ পৰিয়ালৰ মতে, এনে নৃশংস ব্যৱহাৰ বৰ্ণবাদৰ বাবেই হৈছিল।

আহত ছাত্ৰজনৰ নাম দেৱেন্দ্ৰন। একাদশ শ্ৰেণীৰ ছাত্ৰজনৰ পিতৃ পেছাত দৈনিক মজুৰি শ্ৰমিক। পঢ়া-শুনাৰ উপৰিও দেৱেন্দ্ৰন কাবডী খেলতো ভাল। যোৱা সোমবাৰে তেওঁ বাছেৰে পৰীক্ষা দিবলৈ ওলাইছিল। কিন্তু হঠাৎ তিনিজন মানুহে বাছখন ঘেৰি ধৰিলে। দেৱেন্দ্ৰনক বাছৰ পৰা টানি আনি বাওঁহাতৰ আঙুলি কাটি পেলালে। লগতে দেৱেন্দ্ৰৰ পিতৃ থাংগা গণেশে বাধা দিবলৈ যাওঁতে দুষ্কৃতিকাৰীয়ে তেওঁকো আক্ৰমণ কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় দেৱেন্দ্ৰন। বৰ্তমান চিকিৎসকে তেওঁৰ কটা আঙুলিটো অস্ত্ৰোপচাৰৰ জৰিয়তে পুনৰ সংলগ্ন কৰাৰ চেষ্টা চলাইছে।

এই ঘটনাত ইতিমধ্যে তিনিজন নাবালকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Recent News

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd