• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাতংকৰ মাজতে IIT খৰগপুৰৰ আৱিষ্কাৰ : মাত্ৰ এঘন্টাতে ওলাব কোভিড টেষ্টৰ ফলাফল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 8:24 pm
index.jpg0
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ খৰগপুৰস্থিত ভাৰতীয় প্ৰযুক্তিবদ্যাৰ প্ৰতিষ্ঠান(IIT)এ মাত্ৰ এঘণ্টাৰ ভিতৰতে কোভিড টেষ্ট ফলাফল পাব পৰা এক যন্ত্ৰ আৱিষ্কাৰ কৰিছে।

বিশ্বৰ প্রথমটো বহনযোগ্য ক’ৰ’না পৰীক্ষাৰ ক্ষুদ্ৰ যন্ত্ৰ আৱিষ্কাৰ কৰা দাবী কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখনৰ গৱেষকসকলে।

গৱেষকসকলৰ দাবী যে যন্ত্ৰটো কেৱল বহনযোগ্যই নহয় কম খৰচীও।

তেওঁলোকৰ মতে যি সময়ত বজাৰত টিপিচিআৰ যন্ত্ৰৰ মূল্য প্ৰায় ১৫ লাখ টকা সেই সময়ত এই যন্ত্ৰটোৰ দাম মাত্ৰ ২ হাজাৰ টকাহে।

খুব কম ক্ষমতাসম্পন্ন বিদ্যুৎ ব্যৱস্থাৰে চলিবলগীয়া এই যন্ত্ৰটোৱে মাত্ৰ এঘণ্টাৰ ভিতৰতে কোভিড টেষ্টিঙৰ ফলাফলো দিবলৈ সক্ষম হ’ব।

শনিবাৰে খৰগপুৰ আইআইটিৰ সঞ্চালক অধ্যাপক বীৰেন্দ্ৰ কুমাৰ তিৱাৰীয়ে উদ্বোধন কৰা এই কোভিট টেষ্টিং যন্ত্ৰটো সৌৰচালিত বিদ্যুতৰ দ্বাৰা পৰীক্ষা সম্পন্ন কৰিব পাৰি নেকি তাৰো পৰীক্ষা কৰা হ’ব বুলি জনাইছে প্ৰতিষ্ঠানখনে।

প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখনৰ সঞ্চালক অধ্যাপক বীৰেন্দ্ৰ কুমাৰ তিৱাৰীয়ে কয়, “কোভিড পৰীক্ষাৰ এই যন্ত্ৰটো আৱিষ্কাৰ প্ৰতিষ্ঠানটোৰ এটা মাইলৰ খুঁটি হিচাপে বিশ্বৰ ইতিহাসত লিখা থাকিব।”

প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখনৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক সুমন চক্ৰৱৰ্তীৰ মতে এই যন্ত্ৰটো এজন সাধাৰণ স্বাস্থ্যকৰ্মীয়েও ব্যৱহাৰ কৰিব পাৰিব। ইয়াক ব্যৱহাৰ কৰিবলৈ বিশেষভাৱে প্ৰশিক্ষিত টেকনিছিয়ানৰ প্ৰয়োজন নহ’ব।

“আমি ৫০০ ছিনথেটিক নমুমাৰ পৰীক্ষা টিপিচিআৰ আৰু আমাৰ যন্ত্ৰটোত কৰিছিলো। দুয়োটাতে ফলাফল একেই পোৱা গৈছে। আমাৰ যিহেতু মানৱ দেহৰ পৰীক্ষা কৰাৰ অধিকাৰ নাই, সেয়ে আমি ছিনথেটিক নমুনা ব্যৱহাৰ কৰিছো। আমি বিশ্বাস, আইচিএমআৰ-এ এই যন্ত্ৰৰটো ব্যৱহাৰ কৰি একে ফলাফলেই পাব।” প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানখনৰ অধ্যাপক তথা জীৱাণু গৱেষক অৰিন্দম মণ্ডলে এইদৰে কয়।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

August 14, 2025 11:17 am
হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

August 14, 2025 11:12 am
আমেৰিকাৰ মানৱ অধিকাৰ প্ৰতিবেদনত একে শাৰীত ৰাখিলে ভাৰত-পাকিস্তানক! ইজৰাইলৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ

আমেৰিকাৰ মানৱ অধিকাৰ প্ৰতিবেদনত একে শাৰীত ৰাখিলে ভাৰত-পাকিস্তানক! ইজৰাইলৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ

August 14, 2025 10:17 am
বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু ৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ

বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু ৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ

August 14, 2025 9:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

August 14, 2025 11:17 am
হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

August 14, 2025 11:12 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd