• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2025 11:17 am
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাৰ্টি পাছত, জাতি প্ৰথম। উত্তৰ প্ৰদেশৰ ক্ষত্ৰিয় বিধায়কসকল এক নতুন মন্ত্ৰৰ অধীনত একত্ৰিত হৈছে! লক্ষ্য হৈছে দলীয় সংযোগ নিৰ্বিশেষে এখন মঞ্চ সৃষ্টি কৰা যাতে কোনেও ক্ষত্ৰিয়ৰ স্বাৰ্থক আওকাণ কৰিব নোৱাৰে। একত্ৰিত হোৱাৰ স্বাৰ্থত বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই লক্ষ্ণৌৰ এখন হোটেলত প্ৰায় ৪০ জন ক্ষত্ৰিয় বিধায়ক, বিধান পৰিষদৰ কেইবাজনো সদস্য আৰু বহু প্ৰাক্তন বিধায়কে ‘গেট টুগেদাৰ’ৰ বাবে বৈঠকত মিলিত হয়।

ভোজৰ মুখ্য আয়োজক আছিল বিজেপিৰ বিধায়ক ৰামবীৰ সিং আৰু বিজেপিৰ বিধায়ক জয়পাল সিং ব্যাস। পৰিয়ালৰ সৈতে প্ৰায় চল্লিশজন বিধায়ক উপস্থিত থাকে। ইয়াৰে অধিকাংশই আছিল বিজেপিৰ। অৱশ্যে দুই এজন বিধায়ক আৰু সমাজবাদী পাৰ্টিৰ ক্ষুদ্ৰ নেতাও এই ভোজনত উপস্থিত থাকে। আয়োজকসকলে দাবী কৰিছে যে এয়া সম্পূৰ্ণ অৰাজনৈতিক সমাৱেশ। সকলো ক্ষত্ৰীয় নেতা আৰু তেওঁলোকৰ পৰিয়ালক ইয়াত নিমন্ত্ৰণ কৰা হৈছে। কোনো দল বা মতামত বিভাজন হোৱা নাই। ইয়াক পৰিয়ালৰ সমাৱেশ বুলি ক’ব পাৰি। এই সমাৱেশৰ নাম দিয়া হৈছে ‘কুটুম্বা’। সকলো দলৰ নেতা উপস্থিত থাকে।

Apply Now

এই সমাৱেশে অখিলেশ যাদৱক কিছু পৰিমাণে চিন্তিত কৰিব। তেওঁৰ দলৰ কিছুমান মধ্যপন্থী নেতাই সেই ‘কুটুম্ব’ত অংশ লৈছিল। অৱশ্যে ক্ষত্ৰিয়ৰ ঐক্যই অখিলেশতকৈ বিজেপিক বেছি চিন্তিত কৰিব। কাৰণ সূত্ৰৰ পৰা জানিব পৰা মতে সকলো ক্ষত্ৰীয় বিধায়কৰ ঐক্য অৰাজনৈতিক উদ্দেশ্য একেবাৰেই নহয়। সেই বিধায়কসকলে নিজৰ ৰাজনৈতিক শক্তি আৰু ঐক্য দেখুৱাব বিচাৰে। খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ সকলো ক্ষত্ৰিয় নেতাৰ সৈতে ইতিমধ্যে এটা হোৱাটছএপ গ্ৰুপ মুকলি কৰা হৈছে। তেওঁলোকৰ উদ্দেশ্য হৈছে প্ৰয়োজন সাপেক্ষেহে ক্ষত্ৰিয় আৰু উচ্চবৰ্ণৰ বাবে সুকীয়া ৰাজনৈতিক দল গঠন কৰা, যাতে উচ্চ জাতিৰ স্বাৰ্থ সুৰক্ষিত হয়।

বিজেপিৰ চিন্তাৰ কাৰণ হ’ল এই ক্ষত্ৰিয় আৰু উচ্চ জাতিৰ লোকেই কেশৰ শিবিৰৰ মূল ভোট বেংক। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ এটা মন্তব্যই ক্ষত্ৰিয় জনগোষ্ঠীক ক্ষুব্ধ কৰি তুলিছিল। যাৰ ফল ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ বহু আসনত বিজেপিৰ পৰাজয়। তদুপৰি জাতি লোকপিয়লত কেন্দ্ৰীয় চৰকাৰে দিয়া ৰেহাইৰ বাবে ক্ষত্ৰিয় সমাজে অৱহেলিত অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে অনুভৱ কৰে যে গেৰুৱা শিবিৰে তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰা নাই। সেয়েহে তেওঁলোকে নিজৰ ৰাজনৈতিক শক্তি দেখুৱাব লাগিব। ক্ষত্ৰিয়সকলৰ এই মনোভাৱে কেৱল উত্তৰ প্ৰদেশতে নহয় সমগ্ৰ উত্তৰ ভাৰততো বিজেপিক ঠেলি দিব পাৰে। স্বাভাৱিকতে লক্ষ্ণৌত এই সমাৱেশে যোগী আৰু মোদীৰ উদ্বেগ বৃদ্ধি কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

June 30, 2026 11:27 am
পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd