• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫০ দিন সূৰ্য্য উদয় নহয় এই চহৰত, তথাপিও পোহৰ নেহেৰাই জীৱনৰ: ক’ত ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2023 8:30 pm
4.1k
VIEWS
Share on FacebookShare on Twitter

নৰৱে। মাত্ৰ ৭০ হাজাৰ জনসংখ্যা থকা ইউৰোপৰ এখন চহৰ।

এই চহৰখন পৃথিৱীৰ এখন আচৰিত চহৰ। ৫০ দিনলৈকে সূৰ্য্য উদয় নহয় এই চহৰত। ৫০ দিন ৰাতিয়েই হৈ থাকে এই চহৰত। আন্ধাৰৰ বাবে সংঘটিত হয় বহু দুৰ্ঘটনা। এই চহৰত সাংঘাটিক দাম প্ৰতিটো সামগ্ৰীৰ।

৫০ দিন পোহৰ অবিহনে কেনেকৈ থাকে নৰৱেবাসী ?

নৰৱেত সূৰ্য্য পোহৰৰ অভাৱ পূৰণ কৰে এল ই ডি লাইটে।

লগতে পঢ়কঃ হিমন্ত বিশ্ব চৰকাৰে অসমক লৈ গৈ আছে শ্ৰীলংকাসদৃশ অৰ্থনীতিলৈ: আপ

এই চহৰখনৰ আনটো বিশেষত্ব হ’ল যে ইয়াৰ চাৰিওফালে ওখ ওখ পাহাৰেৰে আগুৰি আছে। মাজতে এখন সাগৰ। আকাশত থকা অৰোৰা (প্ৰাকৃতিক ৰঙৰ পোহৰ) আৰু দুয়োফালে বসতি – এক চাবলগীয়া দৃশ্য।

ইয়াত যেতিয়া সূৰ্য্য উদয় নোহোৱাৰ সময় আহে তেতিয়া মানুহে আগতীয়াকৈ ভিটামিন ডি, ভিটামিন চি আৰু ওমেগা বি ১২ৰ পৰিপূৰক সংগ্ৰহ কৰে, যাতে শৰীৰত অত্যাৱশ্যকীয় পুষ্টিৰ অভাৱ নহয়।

ইয়াৰ মানুহে বৰফৰ ওপৰত পিছলি নপৰাকৈ স্পাইক ব্যৱহাৰ কৰে। নৰৱেত মানুহে বাহিৰলৈ ওলাই গ’লে বাহুত ৰেট্ৰ’ ৰিফ্লেক্টৰ পিন্ধে। লাইট জ্বলোৱাৰ লগে লগে ই জিলিকিবলৈ আৰম্ভ কৰে। এনেকৈ দুৰ্ঘটনা ৰোধৰ বাবে চেষ্টা কৰা হয়।

লগতে পঢ়কঃ উত্তপ্ত মণিপুৰ! হিংসাত জড়িতৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবীত গুৱাহাটীতো মণিপুৰী ৰাইজৰ প্ৰতিবাদ

শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, বৰফেই পৰক বা বৰষুণেই হওক… ইয়াত স্কুল-কলেজ আৰু অফিচৰ সময় সলনি নহয়।  ৰাতিপুৱা ৮ বজাৰ পৰা সন্ধিয়া প্ৰায় ৪ বজালৈকে সকলো খোলা থাকে।

নৰৱেত মানুহ বৰ সুখেৰে জীয়াই থাকে। টকাৰ কথাও তেওঁলোকে নাভাবে। তেওঁলোকে সঞ্চয় নকৰে কাৰণ তেওঁলোকৰ পঢ়া-শুনা আৰু চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰে। চালক আৰু চাফাই কৰ্মীৰ দৰে কাম কৰা সকলেও প্ৰতিমাহে ডেৰ-দুই-তিনি লাখ টকা উপাৰ্জন কৰে।

লগতে পঢ়কঃ কোভিড-১৯ মহামাৰী শেষ, জৰুৰী স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজন নাই; WHO-ৰ ঘোষণা

এই চহৰত বিভিন্ন ভাষাৰ ছবি প্ৰদৰ্শন কৰা হয়। শেহতীয়াকৈ লাল সিং চাধা আৰু আৰ আৰ আৰকো নৰৱেৰ চিনেমা হলত দেখিবলৈ পোৱা গৈছিল।

ইয়াত অপৰাধ তেনেকৈ নগণ্য। এই চহৰত আপোনাৰ পাৰ্চটো কেনেবাকৈ পৰি গলে মানুহে উঠাই ঘূৰাই দিয়ে। ইয়াত নগদ ধনৰ কোনো হেঁচা নাই, সকলো ডিজিটেল। হিংসা বহু দূৰত, মানুহে চিঞৰ-বাখৰো নকৰে। এই চহৰৰ বেছিভাগ মানুহৰে অ’ডি, মাৰ্চিডিজ, টেছলাৰ দৰে বিলাসী গাড়ী আছে।

লগতে পঢ়কঃ জিঅ’ই মুকলি কৰিলে জিঅ’ ড্ৰাইভ : ১০০ ইঞ্চিৰ পৰ্দাত পাব ভাৰ্চুৱেল ৰিয়েলিটিৰ অনুভৱ

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd