• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড-১৯ মহামাৰী শেষ, জৰুৰী স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজন নাই; WHO-ৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2023 1:42 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰীৰ আতংকৰ পৰা মুক্ত হৈছে বিশ্ব। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোভিড-১৯ৰ বাবে এতিয়া বিশ্বব্যাপী জৰুৰীকালীন স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজন নাই। বৰ্তমান এই মহামাৰী অন্তিম পৰ্যায়ত আছে। কিন্তু মহামাৰীয়ে যোৱাৰ পূৰ্বে ৬৯ লাখৰো অধিক লোকৰ প্ৰাণ কাঢ়ি লৈছে। কৰ’না ভাইৰাছৰ এই মহামাৰীয়ে বিশ্বৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে।

বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় উদ্বেগৰ বিষয় জনস্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ অৱসান ঘোষণা কৰাৰ পৰামৰ্শ আগবঢ়াইছে। বিগত এবছৰৰ পৰা সমগ্ৰ বিশ্বতে কোভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱ চলি আহিছে।

লগতে পঢ়ক: নাবালিকা কন্যাক নিৰ্যাতন! ডাঃ ৱালিউল ইছলাম, বনকৰা মহিলাক গ্ৰেপ্তাৰ; ক’ত ডাঃ সংগীতা দত্ত?

Apply Now

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম গেব্ৰিয়াছুছে কয়, ‘এয়া অতি আশাৰে জনাওঁ যে কোভিড-১৯ ক আৰু বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি গণ্য কৰাৰ প্ৰয়োজন নাই। তেওঁ লগতে কয় যে জৰুৰীকালীন অৱস্থাৰ অন্ত পৰাৰ অৰ্থ এইটো নহয় যে কোভিড-১৯ আশংকা সম্পূৰ্ণৰূপে শেষ হৈছে। আজিও বিশ্বৰ মানুহৰ বাবে ই এক স্বাস্থ্যজনিত সমস্যা।

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সমিতিৰ মুৰব্বীগৰাকীয়ে কয় যে কোভিড-১৯ৰ বাবে সৰ্বোচ্চ সতৰ্কতা জাৰি কৰা হৈছিল তিনি বছৰতকৈও অধিক পূৰ্বে ২০২০ চনৰ ৩০ জানুৱাৰীত। কাৰণ বিশ্বত কোভিড সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছিল। আৰু কোভিড-১৯ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন আৰু চিকিৎসা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰা হৈছে।

তেওঁ লগতে কয় যে বৰ্তমান কোভিড-১৯ৰ প্ৰাদুৰ্ভাৱ হৈছে। বহু লোক আক্ৰান্ত হৈছে। কিন্তু ইয়াৰ বাবে আৰু জৰুৰীকালীন অৱস্থাৰ প্ৰয়োজন নাই।

লগতে পঢ়ক: কি হৈছে অসমত? এইবাৰ গহপুৰত যুৱতীক দলবদ্ধ ধৰ্ষণ; অভিযুক্তক গ্ৰেপ্তাৰ

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোভিড-১৯য়ে বিশ্বক সলনি কৰি পেলাইছে। কোভিড-১৯ ৰ আগৰ এইটো অৱস্থা আছিল। আৰু এতিয়া পৰিস্থিতি বহু সলনি হৈছে। কিন্তু এই পৰিৱৰ্তনৰ পৰা ভৱিষ্যত প্ৰজন্মই শিকিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২১ চনৰ জানুৱাৰী মাহত প্ৰতি সপ্তাহত মৃত্যুৰ হাৰ আছিল ১ লাখ। বৰ্তমান প্ৰতি সপ্তাহত মৃত্যুৰ সংখ্যা ৩৫০০ৰ অলপ বেছি।

Yesterday, the #COVID19 Emergency Committee met for the 15th time and recommended to me that I declare an end to the public health emergency of international concern. I have accepted that advice.

With great hope I declare COVID-19 over as a global health emergency.

— Tedros Adhanom Ghebreyesus (@DrTedros) May 5, 2023

ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ক’ৰোনা মহামাৰীৰ অন্ত পৰিল বুলি কৈছিল। আন বহু দেশৰ দৰে বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ দেশখনেও আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা হ্ৰাস কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ হ’ল ভেকচিনৰ বাবে ধন দিয়া বন্ধ কৰা। বাকী বিশ্বৰ দেশসমূহেও এই কাম কৰিবলৈ আৰম্ভ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ বহু দেশে এই মহামাৰীৰ লগত খাপ খুৱাবলৈ আৰম্ভ কৰিছে। বহু দেশে জৰুৰীকালীন স্বাস্থ্য ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd