• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদালতৰ নিৰ্দেশ অমান্য কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰাজ্য চৰকাৰ : ‘আপ’ৰ সভাপতি মনোজ ধানোৱাৰৰ প্ৰতিক্ৰিয়া

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 23, 2024 5:30 pm
328
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ২৫ খন চাহ বাগিচাৰ ২৮,৫৫৬ গৰাকী শ্ৰমিকৰ মজুৰি আৰু ভৱিষ্যনিধিৰ ধন আদায় নিদিয়াৰ এটা গোচৰত দেশৰ উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক কৰা ভৰ্ৎসনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপ, অসমৰ সভাপতি মনোজ ধানোৱাৰে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি ধানোৱাৰে কয়, “অসম চাহ নিগমৰ ১৫ খন বাগিচাৰ লগতে আন ১০ খন বাগিচাৰ শ্ৰমিকৰ অনাদায় মজুৰি আৰু পিএফৰ বাবদ ৬৪৫ কোটি টকা পৰিশোধ কৰিবলৈ ন্যায়ালয়ে দিয়া নিৰ্দেশ অমান্য কৰাত ৰাজ্যৰ মুখ্য সচিবক সোঁশৰীৰে আদালতে তলব কৰে। আদালতৰ এই ভৰ্ৎসনা তথা নিৰ্দেশনাই ৰাজ্য চৰকাৰৰ চৰম দায়িত্বহীনতা উদঙাই দিছে। চাহ শ্ৰমিকৰ প্ৰতি যে চৰকাৰৰ দায়বদ্ধতা নাই সেয়া স্পষ্ট হৈছে।

আম আদমী পাৰ্টিয়ে শ্ৰমিক সকলৰ সমস্যা সমাধানৰ হকে ৰাজ্য চৰকাৰক উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনাইছে ।”

আনহাতে ৰাজ্যত অসম আৰক্ষীয়ে সংঘটিত কৰা ‘ভুৱা এনকাউন্টাৰ’ সন্দৰ্ভত দেশৰ শীৰ্ষ আদালতে ৰাজ্য চৰকাৰক কৰা প্ৰশ্ন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ।

ৰাজ্যত সংঘটিত ১৭১ টা এনকাউন্টাৰৰ বিস্তাৰিত তথ্য বিচাৰি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে চৰকাৰক নিৰ্দেশ দিয়াৰ লগতে অসম আৰক্ষীয়ে ৰাজ্যখনৰ এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লোৱা সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা কৰে। এখন গণতান্ত্ৰিক ভাবে নিৰ্বাচিত চৰকাৰৰ বাবে এয়া লজ্জাজনক বুলি অভিহিত কৰে ধানোৱাৰে।

ৰাজ্যখনত আইনৰ শাসন চলি থকা নাই বুলিও অভিযোগ কৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ।

Recent News

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd