• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষকৰ কল্যাণৰ ক্ষেত্ৰত অকণো অৱহেলা কৰা নাই কেন্দ্ৰীয় চৰকাৰে : নৰেন্দ্ৰ  মোদী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 22, 2024 9:14 pm
কৃষকৰ কল্যাণৰ ক্ষেত্ৰত অকণো অৱহেলা কৰা নাই কেন্দ্ৰীয় চৰকাৰে : নৰেন্দ্ৰ  মোদী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কল্যাণৰ ক্ষেত্ৰত অকণো হীন-দেঢ়ি কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আহমেদাবাদত আমুলৰ সোণালী জয়ন্তী উদযাপনত কৃষকসকলক সম্বোধন কৰি এই মন্তব্য প্ৰদান কৰে। 

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে আমি কৃষকৰ কল্যাণৰ ক্ষেত্ৰত অকণো অৱহেলা কৰা নাই। সমগ্ৰ দেশতে চৰকাৰে নিৰ্মাণ কৰিছে ৬০ হাজাৰৰো অধিক অমৃত সৰোৱৰ। এই পদক্ষেপে কেৱল কৃষকসকলক সহায় কৰাই নহয়, গাঁৱৰ অৰ্থনীতিৰো শক্তিশালী কৰিছে। আমাৰ লক্ষ্য হৈছে আধুনিক প্ৰযুক্তিৰ সহায় আগবঢ়াই দেশৰ ক্ষুদ্ৰ কৃষকসকলক আগুৱাই লৈ যোৱা”

কৃষিক্ষেত্ৰত কৃষকক সহায় কৰাৰ উপৰি দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ জীৱনশৈলীৰ পৰিৱৰ্তন অনাৰ কথাও কয় নৰেন্দ্ৰ মোদীয়ে। 

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমাৰ লক্ষ্য হৈছে ক্ষুদ্ৰ কৃষকৰ জীৱনশৈলীত পৰিৱৰ্তন অনা। পশুপালনৰ সুযোগো বৃদ্ধি কৰাৰ লক্ষ্য লৈছো। আমাৰ চৰকাৰে মীন পালন বৃদ্ধি কৰি গাঁৱৰ ভাবমূর্তি সলনি কৰিব বিচাৰিছে৷” 

ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তন অনুসৰি নতুন বীজ যোগান ধৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে কয়।

নিজৰ নামত খুলি লোৱা ‘নৰেন্দ্ৰ মোদী’ নামৰ ষ্টেডিয়ামৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, ‘প্ৰথমবাৰৰ বাবে আমি গৰু পালক আৰু মীনপালকক কিষাণ ক্ৰেডিট কাৰ্ড দিছো। ইয়াৰ উপৰিও আমি কৃষকক এনে বীজ দিছো যিয়ে পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম।” 

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰে দুগ্ধ খণ্ডৰ উন্নতিৰ বাবে কি কৰিছে সেই বিষয়েও বৰ্ণনা কৰে। লগতে তেওঁ কয় যে ভাৰতে বিশ্বৰ ভিতৰতে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে। এই ক্ষেত্ৰত দেশৰ আঠ কোটি লোক জড়িত হৈ আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am
লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

August 22, 2025 10:31 am
‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

August 22, 2025 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd