• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ প্ৰদূষণৰ বাবে দায়ী যোগী চৰকাৰ : অভিযোগ দিল্লীৰ পৰিৱেশ মন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2023 7:33 pm
778
VIEWS
Share on FacebookShare on Twitter

প্ৰদূষণে দুৰ্বিষহ কৰি তুলিছে দিল্লীবাসীৰ জীৱন। প্ৰতি বছৰে প্ৰদূষণে দিল্লীৰ আকাশ-বায়ু ঢাকি ৰাখে। 

শেহতীয়াকৈ দিল্লীত প্ৰদূষণৰ মাত্ৰা ইমানেই বৃদ্ধি পাইছে যে বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত ল’ব লগা হৈছে। 

এইবাৰ দিল্লী চৰকাৰে এই পৰিস্থিতিৰ বাবে জগৰীয়া কৰিছে উত্তৰ প্ৰদেশ চৰকাৰক। যোগী ৰাজ্যৰ পৰা অহা বাছৰ ধোৱাৰ বাবে দিল্লীৰ প্ৰদূষণ বাঢ়িছে বুলি দাবী কৰিছে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে। 

গোপাল ৰায়ে এই বিষয় সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক চোৱা-চিতা কৰিবলৈ দাবী জনাইছে।

সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত গোপাল ৰায়ে কয় যে দিল্লীত কেৱল বৈদ্যুতিক বাছ আৰু চিএনজি বাছহে চলে। তেওঁ কয় যে দিল্লীত পেট্ৰ’লত চলা BS3 বাছ আৰু ডিজেলত চলা BS4 বাছ নিষিদ্ধ কৰা হৈছে। 

মন্ত্ৰীগৰাকীয়ে কয়, “মই যোগী আদিত্যনাথক সেই বাছবোৰ নপঠিয়াবলৈ আহ্বান জনাইছো। তেতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ কৰা সম্ভৱ হ’ব।”

পৰিৱেশ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। আনন্দ বিহাৰ অৰ্থাৎ উত্তৰ প্ৰদেশৰ সেই বাছবোৰ যিবোৰ বাছ ষ্টপেজত উপস্থিত হয়, তাত প্ৰদূষণৰ মাত্ৰা সৰ্বাধিক বুলি মন্ত্ৰীগৰাকীয়ে কয়। 

মন কৰিবলগীয়া যে দিল্লী চৰকাৰে ইতিমধ্যে বি এছ ৩ আৰু বি এছ ৪ বাছ নিষিদ্ধ কৰিছে। সেই বাছবোৰ যদি দিল্লীৰ পথত দেখা যায় তেন্তে ২০ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd