• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ বাঢ়িছে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ : দেশজুৰি আক্ৰান্ত ৭ হাজাৰ ব্যক্তি

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 10, 2025 6:26 pm
94
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে পুনৰ বৃদ্ধি পাইছে কোভিড ১৯ । এই মুহূৰ্তত সক্ৰিয় ক’ৰনা ৰোগীৰ সংখ্যাই ৭ হাজাৰ স্পৰ্শ কৰিছে। যোৱা ২৪ ঘন্টাত ৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে কেৰালা, কৰ্ণাটক, গুজৰাট আৰু দিল্লীত সক্ৰিয় ক’ৰোনা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। অৱশ্যে কৰ্ণাটক, গুজৰাট আৰু কেৰালাৰ পৰিস্থিতি আটাইতকৈ বেয়া।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি মঙলবাৰে পুৱা ৮ বজালৈকে দেশত সক্ৰিয় ক’ৰ’না ৰোগীৰ সংখ্যা ৬ হাজাৰ ৮১৫ জন।

যোৱা ২৪ ঘণ্টাত ৩২৪ জন লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰে ৩ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যভিত্তিক পৰিসংখ্যা চালে যোৱা ২৪ ঘন্টাত কৰ্ণাটকত ১৩৬ জন, গুজৰাটত ১২৯ জন আৰু কেৰালাত ৯৬ জন লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে।

অৱশ্যে অৰুণাচল প্ৰদেশ, চণ্ডীগড়, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাত নতুনকৈ কোনো সংক্ৰমণ ধৰা পৰা নাই।একাংশ বিশেষজ্ঞৰ মতে পুনৰ কৰ’না সংক্ৰমিত হ’লেও এই ভাইৰাছে পূৰ্বৰ মাৰাত্মক শক্তি হেৰুৱাই পেলাইছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ সঞ্চালক প্ৰধান ৰাজীৱ ভলে কয়, “দক্ষিণ আৰু পশ্চিম ভাৰতৰ নমুনাৰ জিনম ছিকুৱেন্সিঙে প্ৰকাশ কৰিছে যে এইটো অমাইক্ৰনৰ এটা ভিন্নতা।”

Tags: COVID-19

Recent News

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতো নিৰ্ধাৰিত তাৰিখত প্ৰকাশ নাপালে স্নাতক শিক্ষক পদৰ ফলাফল  

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতো নিৰ্ধাৰিত তাৰিখত প্ৰকাশ নাপালে স্নাতক শিক্ষক পদৰ ফলাফল  

পৰকীয়া প্ৰেম, নৃশংস হত্যাকাণ্ড : ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰেম সম্পৰ্কীয় অপৰাধে

পৰকীয়া প্ৰেম, নৃশংস হত্যাকাণ্ড : ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰেম সম্পৰ্কীয় অপৰাধে

অষ্ট্ৰিয়াৰ এখন স্কুলত হোৱা গুলীচালনাত কমেও ৯ জন লোক নিহত

অষ্ট্ৰিয়াৰ এখন স্কুলত হোৱা গুলীচালনাত কমেও ৯ জন লোক নিহত

উত্তৰ সাগৰত এটা বটলত উদ্ধাৰ হোৱা ৪৭ বছৰীয়া এক ৰহস্য উদঘাটন!

উত্তৰ সাগৰত এটা বটলত উদ্ধাৰ হোৱা ৪৭ বছৰীয়া এক ৰহস্য উদঘাটন!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd