• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰ পৰা এটকাও সাহায্য নাই : ব্ৰহ্মপুত্ৰ নদীত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰিলে ধুবুৰীৰ এখন গাঁৱৰ বাসীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2025 7:30 pm
128
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা বানৰ তাণ্ডৱৰ পৰা নিজৰ কৃষিভূমি আৰু ঘৰ-দুৱাৰ ৰক্ষা কৰিবলৈ ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰিছে ধুবুৰীৰ এখন গাঁৱৰ বাসিন্দাই।

এই দীঘলীয়া মথাউৰিটো চৰকাৰী সাহায্য অবিহনেই সম্পূৰ্ণকৈ নিৰ্মাণ কৰিলে গাঁওখনৰ লোকসকলে।

উল্লেখ্য যে ২০২৪ চনত নদীৰ খহনীয়া আৰু ভয়াৱহ বানপানীৰ সন্মুখীন হৈ ধুবুৰীৰ নিচিনপুৰ আৰু চুবুৰীয়া গাঁৱৰ বাসিন্দাসকলে নিচিনপুৰ নদীৰ পাৰ সুৰক্ষা সমিতি গঠন কৰি এই মথাউৰিটো নিৰ্মাণ কৰে।

কুলামুয়া ছোটো নিচিনপুৰ গাঁৱৰ বুঢ়া-বুঢ়ী ধামলৈকে নিৰ্মাণ কৰা এই মথাউৰিটো নিৰ্মাণৰ লক্ষ্য হৈছে ব্ৰহ্মপুত্ৰৰ পৰা হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি আৰু মানৱ বসতিস্থল সুৰক্ষিত কৰা।

কমিটীৰ সভাপতি ৰহিম উদ্দিন আহমেদৰ মতে, এই পদক্ষেপ সম্পূৰ্ণৰূপে গাঁওবাসীৰ নিজা আছিল। গাঁৱৰ মানুহে সম্পদ একত্ৰিত কৰিছিল, অনুদান সংগ্ৰহ কৰিছিল আৰু স্বেচ্ছাসেৱী শ্ৰমিক হিচাপে শ্ৰমদান কৰি মথাউৰিটৰ কাম সম্পূৰ্ণ কৰিছিল। জেচিবি আৰু ট্ৰেক্টৰৰ দৰে গধুৰ যন্ত্ৰপাতি স্থানীয় লোকে বিনামূলীয়াকৈ প্ৰদান কৰিছিল, আনহাতে ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এটা জটিল অংশক বোল্ডাৰ পিচিঙৰ সহায়ত শক্তিশালী কৰিবলৈ বোল্ডাৰ ক্ৰয় কৰা হৈছিল। চৰৰ পৰা বালি আহৰণ কৰা হৈছিল আৰু কাৰিকৰী তদাৰকী ব্যক্তিগতভাৱে নিযুক্তি দিয়া অভিযন্তাসকলে কৰিছিল।

কমিটীৰ সম্পাদক তৰাচান্দ আলীয়ে কয় যে বোল্ডাৰ পিচিং সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ ভেটি শক্তিশালী কৰিবলৈ মথাউৰিৰ কাষত জিঅ’বেগ স্থাপন কৰা হ’ব।

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd