NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰ ঘৰৰ কাষৰ গাঁৱৰ পথাৰতেই নাই পানী, কৃষকৰ হাহাকাৰ

July 29, 2023 7:48 pm · এন ই নাও নিউজ, গুৱাহাটী

মহানগৰীৰ ৰাজপথ অথবা শীততাপ নিয়ন্ত্ৰিত ষ্টুডিঅ’ত নহয়, চহা কৃষকৰ সৈতে পথাৰৰ বোকা পানীৰ মাজত ব্যতিক্ৰমি ৰূপত নৰ্থইষ্ট নাওৰ জনপ্ৰিয় অনুষ্ঠান ‘বাটে-ঘাটে’।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ কাষৰ গাঁওখনত উপস্থিত নৰ্থইষ্ট নাওৰ সাংবাদিক, দুৰ্ভাগ্যক্ৰমে মুখ্যমন্ত্ৰীৰ ঘৰৰ কাষৰ গাঁৱতেই পথাৰত নাই জলসিঞ্চনৰ পৰ্যাপ্ত সুবিধা।

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈয়ো প্ৰতিদিনে হাড় ভঙা পৰিশ্ৰম কৰে অসমৰ হাজাৰ হাজাৰ চহা কৃষকে। ইমানৰ পিছতো খেতি কৰাৰ নাটক ৰূপায়ন কৰি আনক খেতি কৰাৰ প্ৰেৰণা দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দেখাক দেখি পথাৰত নামে কৃষিমন্ত্ৰী অতুল বৰাই। 

কৃষিমন্ত্ৰীয়ে কৈছে, “আমি পাৱাৰটিলাৰ দিছোঁ”। কিন্তু খেতিয়কে কৈছে, “আমি পোৱা নাই”

সবিশেষ জানিবলৈ চাওক তলৰ প্ৰতিবেদনটো –

Related News