DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাৰায়ণপুৰত নামৰ প্ৰসাদ খাই অসুস্থ ১৫ গৰাকী ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2023 7:20 pm
172
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নৃপেন ভূঞা নামৰ এজন ব্যক্তিৰ বাসগৃহত অনুষ্ঠিত হোৱা নাম-সকামত প্ৰসাদ সেৱন কৰি ১৫ জনতকৈও অধিক লোক অসুস্থ হৈ পৰে।

সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা প্ৰসাদ খোৱা ব্যক্তিসকলৰ দুপৰীয়াৰ পৰা বমি আৰম্ভ হয়।

নাৰায়ণপুৰৰ বুঢ়া-বুঢ়ী গাঁৱত সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্যে অসুস্থ ব্যক্তিকেইগৰাকীক ধলপুৰ আৰু ভোলাবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, প্ৰসাদ খাই অসুস্থ হৈ পৰা ব্যক্তিকেই গৰাকী হৈছে – নিকু ভূঞা, প্ৰেমলতা ভূঞা, দীনমনি ভূঞা, শিলৰনী ভূঞা, বাবলু ভূঞা, ইন্দুশ্ৰী ভূঞা, জীবন ভূঞা, বীণা ভূঞা, মঞ্জু ভূঞা, ৰীতামণি ভূঞা, মণিৰাম ভূঞা, দেনিশ ভূঞা, ভানু ভূঞা আৰু সমীশ ভূঞা। অসুস্থ সকলৰ ভিতৰত আছে কেইবাগৰাকীও শিশু। 

উল্লেখ্য যে ইয়াৰে তিনিজন লোকৰ অৱস্থা অতি সংকটজনক। সংকটজনক অৱস্থাৰ বাবে তেওঁলোকক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়কঃ চুপাৰি ছিণ্ডিকেটৰ অভিযুক্ত বিজেপি নেতা জিতুমণি দাসক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই

লগতে পঢ়কঃ ৰাহুলৰ বিয়াৰ বাবে কইনা বিচাৰি দিয়াৰ দায়িত্ব দিলে ছোনিয়াই; কাক দিলে এই দায়িত্ব?

Recent News

India vs Australia

অনবদ্য ভাৰত: ম’হালীত থমকিল অষ্ট্ৰেলিয়া

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

Ramesh Bidhuri Danish Ali

ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd