DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, September 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চুপাৰি ছিণ্ডিকেটৰ অভিযুক্ত বিজেপি নেতা জিতুমণি দাসক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই

ছিণ্ডিকেটকৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰিব বুলি কোৱা মুখ্যমন্ত্ৰীয়ে মেকুৰীৰ দৰে অভিযুক্তক থানাৰ পৰা উলিয়াই লৈ গ'ল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2023 11:33 am
197
VIEWS
Share on FacebookShare on Twitter

অসমত ছিণ্ডিকেটৰাজ সমাপ্ত কৰিব বুলি ওফাইদাং মৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাম কেতিয়াও বন্ধ কৰিব নোৱাৰে। এই প্ৰত্যাহ্বান আম আদমি পাৰ্টীৰ। 

এক বিবৃতিযোগে দলৰ সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক হিচাপে পৰিচিত জিতুমণি দাসক ডিফু আৰক্ষীয়ে আটক কৰি সোধপোচ কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপতে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে। মুখ্যমন্ত্ৰীয়েও বঙাইগাঁৱৰ এখন সভাত আটকাধীন দাসৰ পক্ষত ৰাজহুৱাকৈ মন্তব্য কৰীলে। সেয়ে আম আদমি পাৰ্টীয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে ছিণ্ডিকেটৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰাৰ হুংকাৰ দিয়া হিমন্ত বিশ্ব শৰ্মাই এতিয়া মেকুৰীৰ দৰে অভিযুক্তক থানাৰ পৰা উলিয়াই লৈ গ’ল।

ৰাজ্যখনত চলি থকা ছিণ্ডিকেটত বিজেপিৰ বিয়াগোম বিয়াগোম নেতা জড়িত হৈ আছে আৰু সেয়ে মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেট নোহোৱা কৰিবলৈ হ’লে বিজেপিৰ আধা সংখ্যাক নেতা জে’ললৈ যাব লাগিব। অসমৰ পৰা ছিণ্ডিকেট নোহোৱা কৰিবলৈ বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰাৰ বাদে অসমবাসীৰ ওচৰত আন কোনো বিকল্প নাই বুলি আপে সদৰি কৰে।

 

Recent News

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd