• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যৌন সম্ভোগৰ পিছত ভুলতো নকৰিব এইকেইটা কাম

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 21, 2024 7:00 am
যৌন সম্ভোগৰ পিছত ভুলতো নকৰিব এইকেইটা কাম
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন সম্ভোগৰ পিছত সংগীৰ কাষৰ পৰা আঁতৰি আহে নেকি আপুনি? অৰ্গাজম হোৱাৰ পিছত সংগীক মৰম কৰিবলৈ এৰি দিয়ে নেকি? নে সংগম শেষ কৰি ঢলি পৰে টোপনিত? যদি ইয়াৰ উত্তৰ ‘হয়’ তেন্তে মাৰাত্মক ভুল কৰি আছে আপুনি। কাৰণ এইবোৰৰ বাবে জটিলতা আহিব পাৰে আপোনাৰ সম্পৰ্কলৈ। অসুখী অনুভৱ কৰিব পাৰে আপোনাৰ সংগীয়ে।

সেয়ে আজি অলপ মুকলিকৈ কথা পাতো আহক।

যৌন বিশেষজ্ঞসকলৰ মতে, যৌন সম্পৰ্কৰ শেষ হোৱাৰ পৰাহে প্ৰকৃত সম্পৰ্ক আৰম্ভ হয়। কাৰণ, সম্ভোগৰ পিছত শৰীৰ দুটাৰ প্ৰয়োজন সম্পূৰ্ণ হৈ উঠে। গতিকে সংগমৰ শেষত যদি কোনো মৰম নাথাকে, তেন্তে ই এটা ডাঙৰ সমস্যা। গতিকে সাৱধান হওক।

১) সংগমৰ পিছত লগে লগে টোপনি নাযাব। সংগীক মৰম কৰক। সাৱটি ধৰি শোৱক। সম্পৰ্কৰ অভিজ্ঞতাৰ বিষয়ে কথা পাতক। ইজনে সিজনক প্ৰশংসা কৰক।

২) যৌন সম্পৰ্কৰ পিছত একেলগে বাথৰুমলৈ যাওক। দুয়ো একেলগে গা ধোৱক। শৰীৰটোত মৰমেৰে হাত বোলাওক।

৩) আপোনাৰ যৌন সম্পৰ্কৰ সবিশেষ কেতিয়াও কোনো বন্ধুৰ লগত শ্বেয়াৰ নকৰিব। ইয়াৰ ফলত সংগীৰ সন্মান হেৰাব  পাৰে। বৰঞ্চ সম্পৰ্কৰ বিষয়ে গোপনে ৰাখক।

৪) কামৰ বোজা মনত ৰাখি কেতিয়াও সংগম নকৰিব। অথবা কোনো কামত ব্যস্ত থকাৰ সময়ত যৌন সম্পৰ্ক নকৰিব। ইয়াৰ ফলত সংগীৰ মনত আন এক দ্বিধাদ্বন্দ্বৰ সৃষ্টি হ’ব পাৰে।

৫) যৌন বিশেষজ্ঞসকলে কয়, যৌন সম্পৰ্কৰ পিছত একেলগে ৰন্ধা-বঢ়া কৰিব লাগে। ৰন্ধা-বঢ়াৰ মাজতে মৰম চেনেহ কৰক। ইয়াৰ ফলত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কৰ গাঢ়তা বৃদ্ধি পায়। 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

August 21, 2025 2:15 pm
ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

August 21, 2025 1:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd