• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ এই কেইটা মন্দিৰত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ আৰু মাছ-মাংস

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2020 5:30 pm
a wwwine
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষত বিচিত্ৰতাৰ যেন অন্ত নাই।

দেশৰ বহু মন্দিৰত মদ-মাংসৰ প্ৰৱেশ নিষিদ্ধ যদিও এনে বহু কেইটা মন্দিৰো আছে য’ত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ-মাছ-মাংস আদি।

যুগ যুগ ধৰি এই মন্দিৰসমূহত ভক্তই মদ-মাংস প্ৰসাদ হিচাবে আগবঢ়াই আহিছে।

মদ-মাংস আদি প্ৰসাদ হিচাবে আগবঢ়োৱা দেশৰ কেইটামান মন্দিৰ হ’ল—

  • কাল ভৈৰৱ মন্দিৰ:মধ্যপ্ৰদেশৰ উজ্জয়নত থকা কাল ভৈৰৱ মন্দিৰত বহু কাল ধৰি মদ-মাংস,মাছ আদি প্ৰসাদ হিচাবে আগবঢ়াই অহা হৈছে যদিও শেহতীয়াকৈ মন্দিৰ পৰিচালনা সমিতিয়ে মাছ-মাংস বাদ দি কেৱল মদ প্ৰসাদ হিচাবে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

a wine 1

  • খাবিছ বাবা মন্দিৰ:লক্ষ্ণৌৰ খাবিছ বাবা মন্দিৰত প্ৰতিদিনে ভক্তই হাতত প্ৰসাদ হিচাবে হুইস্কিৰ বটললৈহে প্ৰৱেশ কৰে। সেই প্ৰসাদ পিছত ভক্তৰ মাজত বিতৰণ কৰা হয়।
  • পাৰাচিন্নিক্কাদাভু মন্দিৰ:কান্নুৰৰ পাৰাচিন্নিক্কাদাভু মন্দিৰত অনুষ্ঠিত কুম্ভম উৎসৱত ভক্তই মদ-মাংস আৰু মাছেৰে পূজা-অৰ্চনা কৰা হয়।এই উৎসৱৰ বাবেও আন সময়তো ভক্তই মদ প্ৰসাদ হিচাবে আগবঢ়ায়।
  • উত্তেৰেশ্বৰী মন্দিৰ:ওড়িশাৰ উত্তেৰেশ্বৰী মন্দিৰত প্ৰাৰ্থনা কৰিলে মৃগী বেমাৰ ভাল হয় বুলি বহুতে বিশ্বাস কৰি আহিছে। এই মন্দিৰৰ দেৱী উত্তেৰেশ্বৰীক মদেৰে পূজা কৰিলেহে দেৱী সন্তুষ্ট হয় বুলি কোৱা হয়।

a wine

  • কাশী কে কটোৱাল:বাৰানসীৰ কাশী কে কটোৱাল মন্দিৰত প্ৰসাদ হিচাবে মদ আৰু মাংস আগবঢ়াই অহা হৈছে।
  • জিভা মামা মন্দিৰ:ভদোদৰাৰ জিভা মামা মন্দিৰ স্থাপন কৰা হৈছিল সেই অঞ্চলৰ লোকসকলক ডাকাইতৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰা জিভা মামাৰ স্মৃতিত। জিভা মামাই মদ-মাংস ভাল পাইছিল। সেইবাবে মন্দিৰটোত প্ৰসাদ হিচাবে মদ-মাংস আগবঢ়োৱা হয়।
  • ভদ্ৰ কালী মন্দিৰ: পুৰণি অমৃতসৰত থকা ভদ্ৰ কালী মন্দিৰত ভক্তই দেৱীক প্ৰসাদ হিচাবে আগবঢ়াই আহিছে মদ। সে মদ পিছত ভক্তৰ মাজত বিলাই দিয়া হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd