• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ এই কেইটা মন্দিৰত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ আৰু মাছ-মাংস

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2020 5:30 pm
a wwwine
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষত বিচিত্ৰতাৰ যেন অন্ত নাই।

দেশৰ বহু মন্দিৰত মদ-মাংসৰ প্ৰৱেশ নিষিদ্ধ যদিও এনে বহু কেইটা মন্দিৰো আছে য’ত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ-মাছ-মাংস আদি।

Apply Now

যুগ যুগ ধৰি এই মন্দিৰসমূহত ভক্তই মদ-মাংস প্ৰসাদ হিচাবে আগবঢ়াই আহিছে।

মদ-মাংস আদি প্ৰসাদ হিচাবে আগবঢ়োৱা দেশৰ কেইটামান মন্দিৰ হ’ল—

  • কাল ভৈৰৱ মন্দিৰ:মধ্যপ্ৰদেশৰ উজ্জয়নত থকা কাল ভৈৰৱ মন্দিৰত বহু কাল ধৰি মদ-মাংস,মাছ আদি প্ৰসাদ হিচাবে আগবঢ়াই অহা হৈছে যদিও শেহতীয়াকৈ মন্দিৰ পৰিচালনা সমিতিয়ে মাছ-মাংস বাদ দি কেৱল মদ প্ৰসাদ হিচাবে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

a wine 1

  • খাবিছ বাবা মন্দিৰ:লক্ষ্ণৌৰ খাবিছ বাবা মন্দিৰত প্ৰতিদিনে ভক্তই হাতত প্ৰসাদ হিচাবে হুইস্কিৰ বটললৈহে প্ৰৱেশ কৰে। সেই প্ৰসাদ পিছত ভক্তৰ মাজত বিতৰণ কৰা হয়।
  • পাৰাচিন্নিক্কাদাভু মন্দিৰ:কান্নুৰৰ পাৰাচিন্নিক্কাদাভু মন্দিৰত অনুষ্ঠিত কুম্ভম উৎসৱত ভক্তই মদ-মাংস আৰু মাছেৰে পূজা-অৰ্চনা কৰা হয়।এই উৎসৱৰ বাবেও আন সময়তো ভক্তই মদ প্ৰসাদ হিচাবে আগবঢ়ায়।
  • উত্তেৰেশ্বৰী মন্দিৰ:ওড়িশাৰ উত্তেৰেশ্বৰী মন্দিৰত প্ৰাৰ্থনা কৰিলে মৃগী বেমাৰ ভাল হয় বুলি বহুতে বিশ্বাস কৰি আহিছে। এই মন্দিৰৰ দেৱী উত্তেৰেশ্বৰীক মদেৰে পূজা কৰিলেহে দেৱী সন্তুষ্ট হয় বুলি কোৱা হয়।

a wine

  • কাশী কে কটোৱাল:বাৰানসীৰ কাশী কে কটোৱাল মন্দিৰত প্ৰসাদ হিচাবে মদ আৰু মাংস আগবঢ়াই অহা হৈছে।
  • জিভা মামা মন্দিৰ:ভদোদৰাৰ জিভা মামা মন্দিৰ স্থাপন কৰা হৈছিল সেই অঞ্চলৰ লোকসকলক ডাকাইতৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰা জিভা মামাৰ স্মৃতিত। জিভা মামাই মদ-মাংস ভাল পাইছিল। সেইবাবে মন্দিৰটোত প্ৰসাদ হিচাবে মদ-মাংস আগবঢ়োৱা হয়।
  • ভদ্ৰ কালী মন্দিৰ: পুৰণি অমৃতসৰত থকা ভদ্ৰ কালী মন্দিৰত ভক্তই দেৱীক প্ৰসাদ হিচাবে আগবঢ়াই আহিছে মদ। সে মদ পিছত ভক্তৰ মাজত বিলাই দিয়া হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

August 4, 2026 8:29 am
ভাৰতকে ধৰি ৬০খন দেশৰ ওপৰত নতুন শুল্ক-‘অবৈধ পদক্ষেপ’; ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ ২৫খন প্ৰদেশৰ গৱৰ্ণৰৰ

ভাৰতকে ধৰি ৬০খন দেশৰ ওপৰত নতুন শুল্ক-‘অবৈধ পদক্ষেপ’; ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ ২৫খন প্ৰদেশৰ গৱৰ্ণৰৰ

August 4, 2026 7:34 am
গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

August 4, 2026 8:29 am
ভাৰতকে ধৰি ৬০খন দেশৰ ওপৰত নতুন শুল্ক-‘অবৈধ পদক্ষেপ’; ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ ২৫খন প্ৰদেশৰ গৱৰ্ণৰৰ

ভাৰতকে ধৰি ৬০খন দেশৰ ওপৰত নতুন শুল্ক-‘অবৈধ পদক্ষেপ’; ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ ২৫খন প্ৰদেশৰ গৱৰ্ণৰৰ

August 4, 2026 7:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd