• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাহ কি যে অ’ফাৰ! এই গাঁওসমূহত বাস কৰিলেই দিছে ২৫লাখ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2021 7:11 pm
the village
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত ছচিয়েল মিডিয়াৰ সৌজন্যত প্ৰায়েই আচৰিত কৰি তোলা বহু খৱৰ বা ঘটনা পোহৰলৈ আহে।

এনে বহু ঘটনা আছে যিবোৰ অবিশ্বাস্য হ’লে দৰাচলতে সত্য ঘটনা।

আন্তৰ্জাতিক সংবাদ মাধ্যম চি এন এনৰ খৱৰ অনুসৰি, ইটালীৰ এই গাঁৱবোৰত বাস কৰিলেই দিয়া হৈছে ৩০লাখ টকা!

বাতৰি অনুসৰি, ইটালীৰ দক্ষিণ-পশ্চিমাঞ্চলৰ কেলাবেৰিয়া অঞ্চলত দিয়া হৈছে এই অবিশ্বাস্য সুবিধা।

কিন্তু এইক্ষেত্ৰত কথাটো হ’ল তাত গৈ প্ৰথমতে আপুনি ৰেষ্টুৰেন্ট বা দোকান খুলিব লাগিব আৰু ঘৰ বান্ধি ল’ব লাগিব। তাৰপাছত চৰকাৰৰ ফালৰ পৰা ৩বছৰত ৩৩হাজাৰ মাৰ্কিন ডলাৰ পোৱা যাব যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ২৫লাখ টকা।

বাতৰি মতে, অঞ্চলটোৰ গাঁৱসমূহত জনসংখ্যা দ্ৰুতভাৱে হ্ৰাস পাইছে আৰু বহুতো গাঁৱ জনশূন্য হৈ পৰিছে।

সেয়ে, বাহিৰৰ পৰা মানুহ লৈ গৈ গাঁৱসমূহৰ জীৱন তথা অৰ্থনৈতিক স্থিতি সুচল কৰি ৰখাৰ বাবেই ইটালী চৰকাৰে এনে সিদ্ধান্ত লৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

August 23, 2025 8:28 am
মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd