• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

৮ দিনে এসপ্তাহ, বছৰত ১৩ মাহ; উত্তৰ-পূবতে চলি আছে এই অনন্য কেলেন্দাৰ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
July 24, 2019 5:05 pm
This Calendar has 8 days in a week, and 13 months in a year
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই কেলেন্দাৰখন অনন্য– আঠ দিনত এসপ্তাহ, আৰু বছৰত ১৩ মাহ। আৰু, প্ৰত্যেকটো মাহ কেৱল ২৮ দিনীয়া।

কেলেন্দাৰখন জুলিয়ান বা গ্ৰেগৰিয়ান পঞ্জিকাতকৈ বহুত বেলেগ, কাৰণ ইয়াত নাথাকে কোনো তাৰিখো!

অসমৰ চুবুৰীয়া মেঘালয়ৰ জয়ন্তীয়া জনজাতিৰ মাজত এই কেলেন্দাৰৰ পৰম্পৰা শ শ বছৰ ধৰি চলি আছে। আনকি আজিও মানুহে এই মতেই চলে।

সপ্তাহৰ আঠটা দিন হৈছে মুছিয়াং, মুচাই, পিংকেট, থিম্বেলীন, হাট, খিলাও, পিনছিন আৰু মুলং।

জয়ন্তীয়াসকলৰ কাৰণে দিনটোহে গুৰুত্বপূৰ্ণ, তাৰিখৰ গুৰুত্ব নাই। তেওঁলোকৰ বাবে এই কেলেন্দাৰ ব্যৱহাৰ তেনেই সহজ।

পৰম্পৰাগতভাৱে সপ্তাহৰ দিনবোৰ স্থানীয় এলেকা বা গাওঁবোৰত বহা সাপ্তাহিক বজাৰসমূহৰ সৈতে সম্পৰ্কিত।

জয়ন্তীয়া হিলছত ইৱমুছিয়াং আৰু ইৱখিলাও হৈছে আটাইতকৈ ডাঙৰ সাপ্তাহিক বজাৰ।

দূৰ-দূৰণিৰ গাঁৱৰ পৰা অহা লোকসকলে এই সাপ্তাহিক বজাৰতে তেওঁলোকৰ খেতিৰ উৎপাদনসমূহ কিনা-বেচা কৰাৰ বাবে গোট খায়।

তাৎপৰ্য্যপূৰ্ণভাৱে, এই কেলেন্দাৰখনত বছৰৰ শেষ নাই, বৰঞ্চ চাৰি ঋতুৰ পৰিৱৰ্তন অনুসৰিয়ে ই চলি থাকে।

জয়ন্তীয়া জনজাতীয় লোকসকলৰ বছৰৰ কোনো ধাৰণাই নাই, কাৰণ তেওঁলোকে তাৰিখৰ সলনি দিন আৰু মাহহে ব্যৱহাৰ কৰে। আৰু এই কেলেন্দাৰ পৃথিৱীৰ চৌপাশে চন্দ্ৰৰ আৱৰ্তনৰ সৈতে সম্পৰ্কিত।

চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি মাহ গণনা কৰা হয়। মেঘালয়ৰ গ্ৰাম্য এলেকাত বিশেষকৈ শস্যৰ গুটি সিঁচাৰ সময়ত এই কেলেন্দাৰ এতিয়াও ব্যৱহাৰ হয়।

জনজাতীয় মুখিয়াল লোকসকলৰ মতে, চন্দ্ৰৰ আৱৰ্তনৰ ভিত্তিত ২৮ দিনীয়া মাহ গণনা কৰা হয়।

আন চন্দ্ৰ কেলেন্দাৰসমূহো চন্দ্ৰৰ গতি চক্ৰ বা তাৰকাৰ সৈতে সম্পৰ্কিত মাহ ভিত্তিক।

পূৰ্ণ চন্দ্ৰৰ পৰা জয়ন্তীয়া কেলেন্দাৰ আৰম্ভ হয়। পৃথিৱীৰ চৌপাশে চন্দ্ৰৰ প্ৰদক্ষিণ কাল ২৮ দিন।

জয়ন্তীয়া জনজাতিৰ নিচিনা ১৩ মহীয়া আৰু ২৮ দিনীয়া চক্ৰৰ কেলেন্দাৰ ইজিপ্তিয়ান, কিছুমান খিলঞ্জীয়া এমেৰিকান গোষ্ঠী আৰু চীনাসকলেও ব্যৱহাৰ কৰে।

১৩ চন্দ্ৰ আৰু ২৮ দিনক বিজ্ঞানীসকলে এক হাৰমনিক টাইম স্পে’চ মেত্ৰিক্স (harmonic time space matrix)এৰে ব্যাখ্যা কৰে। পৃথিৱীৰ চৌপাশে কক্ষত চন্দ্ৰই বছৰত ৩৬৪ দিনত ১৩ বাৰ প্ৰদক্ষিণ কৰে।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd