• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাতৃৰ স্মৃতিত তাজমহল সজাই চৰ্চাত তামিলনাডুৰ যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2023 4:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তাজমহল ভাৰতৰ লগতে বিশ্ববাসীৰ বাবে এক আকৰ্ষণীয় আৰু ঐতিহাসিক স্মৃতিসৌধ। আগ্ৰাস্থিতি তাজমহলক ইতিমধ্যে পৃথিৱীৰ সপ্তম আশ্চৰ্য্য হিচাপে তালিকাভুক্ত কৰা হৈছে। মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত প্ৰেমৰ প্ৰতীক হিচাপে নিৰ্মাণ কৰিছিল তাজমহল। 

এইবাৰ ভাৰতত দ্বিতীয় এটা তাজমহল নিৰ্মাণ কৰা হ’ল। যাৰ বিষয়ে আপুনি আচৰিত হ’ব। 

এইবাৰ তামিলনাডুৰ তিৰুবুৰুৰ জিলাৰ আমিৰুদ্দিন শ্বেখ দাউদ নামৰ এজন ব্যক্তিয়ে দ্বিতীয়টো তাজমহল নিৰ্মাণ কৰিছে। কিন্তু শ্বাহজাহানৰ দৰে পত্নীৰ স্মৃতিত নহয়, আমিৰুদ্দিনে মাতৃৰ স্মৃতিত এই কীৰ্তিচিহ্ন নিৰ্মাণ কৰিছে। 

উল্লেখ্য যে ২০২০ চনত আমিৰুদ্দিনৰ মাতৃ জেলানী বিবিৰ দেহাৱসান ঘটে। ১৯৮৯ চনত গাড়ী দুৰ্ঘটনাত দেউতাকে প্ৰাণ হেৰুওৱাৰ পিছত মাতৃয়ে অকলেই তুলি তালি ডাঙৰ দীঘল কৰিছিল আমিৰুদ্দিনক।

পিতৃৰ বিয়োগত সময়ত আমিৰুদ্দিনৰ মাতৃৰ বয়স আছিল মাত্ৰ ৩০ বছৰ। তেতিয়াৰ পৰাই তেওঁ নিজৰ পাঁচটা সন্তানক অতি সংগ্ৰামেৰে ডাঙৰ-দীঘল কৰিছিল। আমিৰুদ্দিনে কয়, আমাৰ সমাজত বিধৱা বিবাহৰ প্ৰথা থকাৰ পিছতো মোৰ দেউতাৰ মৃত্যুৰ পিছত মায়ে বিয়া কৰা নাছিল। সেই সময়ত মই আৰু মোৰ ভগ্নী বহুত সৰু আছিলো। আমাৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ মায়ে বহুত যুঁজিছিল। কেৱল সেয়াই নহয়, তেওঁ আমাৰ মেৰুদণ্ড আছিল আৰু আমাক কাহানিও দেউতাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। 

ইফালে মাতৃৰ মৃত্যু সন্দৰ্ভত তেওঁ কয়, “২০২০ চনত মাৰ মৃত্যুৰ পিছত মই একেবাৰে বিশ্বাস কৰিব পৰা নাছিলো।  আজিও অনুভৱ কৰোঁ মা আমাৰ লগত আছে। মাৰ মৃত্যুৰ পিছত মই মোৰ পৰিয়ালক জনাই দিলোঁ যে মই মোৰ মাৰ মৃতদেহটো কবৰস্থানৰ সলনি নিজৰ মাটিত পুতিব বিচাৰো। কাৰণ তেওঁৰ স্মৃতিত মই এটা স্মৃতিসৌধ নিৰ্মাণ কৰিব বিচাৰিছিলো। অৱশ্যে সেই সিদ্ধান্ত লোৱাত মোৰ পৰিয়ালে বাধা দিয়া নাছিল।”

তেতিয়াই আমিৰুদ্দিনে সেই লক্ষ্যৰ দিশে আগবাঢ়িছিল আৰু নিৰ্মাণ শ্ৰমিকৰ লগত যোগাযোগ কৰিছিল। ২০২১ চনৰ ৩ জুনত এই স্মৃতিসৌধৰ কাম আৰম্ভ হয়। ২০০ৰো অধিক শ্ৰমিকে নিৰ্মাণ কৰি উলিয়াই দ্বিতীয়টো তাজমহল।

প্ৰায় চাৰে পাঁচ কোটি টকাৰ মূল্য খৰচ হোৱা এই তাজমহলৰ আৰ্হিৰ তাজমহলটো অলপতে সম্পূৰ্ণ হৈ উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 14, 2025 1:35 pm
‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 14, 2025 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd