• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ আমেৰিকাই প্ৰশিক্ষণ দিব ইউক্ৰেইনীয়ান সেনাক

বিশ্বাস কৰা হৈছে যে পেট্ৰিয়াট ব্যৱস্থাই ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ক্ষমতাক অধিক শক্তিশালী কৰি তুলিব। এই ব্যৱস্থাই ইউক্ৰেইনৰ জনসাধাৰণক ৰাছিয়াৰ বিমান আক্ৰমণৰ পৰা ৰক্ষা কৰিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2023 12:40 pm
এইবাৰ আমেৰিকাই প্ৰশিক্ষণ দিব ইউক্ৰেইনীয়ান সেনাক

Created with GIMP

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধত ক্ৰমশঃ বিধ্বস্ত হৈ অহাৰ পৰাই ৰাছিয়াক প্ৰতিহত কৰিবেৰ বাবে ইউক্ৰেইনে আমেৰিকাৰ পৰা বিচাৰি আছিল শক্তিশালী ক্ষেপণাস্ত্ৰ পেট্ৰিয়াট এয়াৰ ডিফেন্স চিষ্টেম।

ইউক্ৰেইনৰ এই দীৰ্ঘদিনীয়া অনুৰোধ ৰক্ষা কৰি ২০২২ চনৰ শেষৰ ফালে আমেৰিকাই ইউক্ৰইনক এই অত্যাধুনিক পেট্ৰিয়াট এয়াৰ ডিফেন্স চিষ্টেম প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

সেয়েহে অহা কিছুদিনৰ পিছত আমেৰিকাই ইউক্ৰেইনৰ সৈন্যক অত্যাধুনিক পেট্ৰিয়াট এয়াৰ ডিফেন্স চিষ্টেম কেনেকৈ ব্যৱহাৰ আৰু ৰক্ষণাবেক্ষণ কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিব।

অহা সপ্তাহত ওকলাহোমা ৰাজ্যৰ এটা ঘাটিত অনুষ্ঠিত হ’ব এই প্ৰশিক্ষণ। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ, পেন্টাগনে যোৱা মঙলবাৰে এই প্ৰশিক্ষণৰ কথা ঘোষণা কৰে।

পেন্টাগনৰ প্ৰেছ সচিব ব্ৰিগেডিয়াৰ জেনেৰেল পেট ৰাইডাৰে সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰশিক্ষণৰ জৰিয়তে ৯০ৰ পৰা ১০০ ইউক্ৰেইনৰ সৈন্যই প্ৰতিৰক্ষা ব্যৱস্থাটো চলাই নিবলৈ, পৰিচালনা কৰিবলৈ আৰু ৰক্ষণাবেক্ষণ কৰিবলৈ সাজু হ’ব। উল্লেখ্য যে প্ৰশিক্ষণ পাঠ্যক্ৰমৰ সময়সীমা কেইবামাহো হ’ব পাৰে।

বিশ্বাস কৰা হৈছে যে পেট্ৰিয়াট ব্যৱস্থাই ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ক্ষমতাক অধিক শক্তিশালী কৰি তুলিব। এই ব্যৱস্থাই ইউক্ৰেইনৰ জনসাধাৰণক ৰাছিয়াৰ বিমান আক্ৰমণৰ পৰা ৰক্ষা কৰিব।

চলি থকা যুদ্ধত ৰাছিয়াৰ আক্ৰমণক ৰোধ কৰিবলৈ কিয়েভৰ বাবে বায়ু প্ৰতিৰক্ষা অতি গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে আমেৰিকাৰ কোম্পানী ৰেথিয়নে নিৰ্মাণ কৰা এম আই এম-১০৪ পেট্ৰিয়াট হৈছে ভূপৃষ্ঠৰ পৰা বায়ুলৈ প্ৰেৰণ কৰিব পৰা এক অত্যাধুনিক আৰু শক্তিশালী ক্ষেপণাস্ত্ৰ ব্যৱস্থা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

August 21, 2025 4:41 pm
ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

August 21, 2025 2:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

August 21, 2025 4:41 pm
ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd