• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড বিধি ভংগ : ধৰ্মীয় নেতাৰ জানাজাত হাজাৰ হাজাৰ মানুহৰ সমাগম; গোচৰ ৰুজু, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2021 6:50 pm
UP
386
VIEWS
Share on FacebookShare on Twitter

দেশত কোভিড সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰি হাজাৰ হাজাৰ লোকৰ জীৱন কাঢ়ি নিয়াৰ পিছতো যেন সজাগ হোৱা নাই এই দেশৰ জনগণ!

চৰকাৰে জাৰি কৰা কঠোৰ কোভিড বিধি ভংগ কৰি বহু সময়ত জনগণে কোভিড পৰিস্থিতিক অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাত অৰিহণা যোগাই আহিছে।

তেনে এক কাণ্ডৰ পুনৰাবৃত্তি ঘটিছে বিজেপিৰ যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত।

সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি উত্তৰ প্ৰদেশৰ বুদৌন জিলাত এই ভংয়কৰ পৰিস্থিতিৰ উদ্ভৱ কৰিছে স্থানীয় জনসাধাৰণে।

যোৱা দেওবাৰে ধৰ্মীয় নেতা কাজী আব্দুল হামিদ মহম্মদ চালিমূল কাৰ্দিৰ মৃত্যু হয়।

ধৰ্মীয় নেতাজনৰ মৃত্যুৰ পিছৰ জানাজাৰ সময়ত বিশাল সংখ্যক জনতাই কোভিড বিধি উলংঘন কৰি সমদল উলিওৱা দেখা যায়।

উক্ত সমদলৰ ভিডিঅ’ চ’ছিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে, যিটো ভিডিঅ’ত জানাজাৰ সমদলত অংশগ্ৰহণ কৰা লোকসকলৰ বহুসংখ্যকে সামাজিক দূৰত্ব মানি চলাতো বাদেই মাস্কো পৰিধান কৰা নাছিল।

ঘটনাৰ সন্দৰ্ভত সোমবাৰে আৰক্ষীয়ে গোচৰ ৰুজুৰ কৰিছে।

“কোভিড-১৯ প্ৰটক’ল ভংগ কৰা আৰু জানাজাত বৃহৎ সংখ্যক লোকে সমদল কৰা অচিনাক্ত লোকসকলৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰা হৈছে। ভাৰতীয় দণ্ডবিধি আইন ১৮৮ (নিষিদ্ধ আদেশ উলংঘন)ধাৰা, মহামাৰী আইন আৰু প্ৰাসংগিক ধাৰাৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে।” আৰক্ষী অধীক্ষক সংকল্প শৰ্মাই কয়।

আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কোভিড বিধি ভংগ কৰা সকলো লোকৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

Tags: COVID-19

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd