• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কন্যাক কলেজত থবলৈ গৈছিল পিতৃ-মাতৃ; আমেৰিকাত গাড়ী দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে তিনিজনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2024 2:51 pm
কন্যাক কলেজত থবলৈ গৈছিল পিতৃ-মাতৃ; আমেৰিকাত গাড়ী দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে তিনিজনৰ

আমেৰিকাৰ টেক্সাছত সংঘটিত পথ দুৰ্ঘটনাত ভাৰতীয় মূলৰ এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ স্কুল পাছ কৰি কলেজত ভৰ্তি হৈছিল আন্দ্ৰিল। তেওঁক গাড়ীত উঠাই মাক-দেউতাকে কলেজত থবলৈ গৈ আছিল। আমেৰিকাৰ টেক্সাছত সংঘটিত পথ দুৰ্ঘটনাত ভাৰতীয় মূলৰ এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। দম্পতীৰ মাত্ৰ ১৪ বছৰীয়া পুত্ৰহে ৰক্ষা পৰে। দুৰ্ঘটনাৰ সময়ত তেওঁ গাড়ীত নাছিল।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত লোক কেইজন হৈছে ৪৫ বছৰীয়া অৰবিন্দ মণি, তেওঁৰ পত্নী প্ৰদীপা অৰবিন্দ আৰু কন্যা আন্দ্ৰিল অৰবিন্দ। প্ৰদীপাৰ বয়স ৪০ বছৰ। এণ্ড্ৰিলৰ বয়স ১৭ বছৰ।

বুধবাৰে পুৱা প্ৰায় ৫:৪৫ বজাত লেম্পাছ কাউন্টিৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত দম্পতীহালৰ ১৪ বছৰীয়া পুত্ৰ এড্ৰিয়ান ঘৰত আছিল। তেওঁৰ প্ৰাণ ৰক্ষা পৰিল। এটা স্বেচ্ছাসেৱী সংস্থাই কিশোৰজনৰ ভৱিষ্যতৰ খৰচৰ বাবে অনুদান সংগ্ৰহ কৰি আছে।

লগতে পঢ়কঃ ‘চুটি কাপোৰত এনেয়ে বহুৱাই ৰাখিছিল বিবেক অগ্নিহোত্ৰীয়ে’; গুৰুতৰ অভিযোগ অভিনেত্ৰী তনুশ্ৰীৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি আন্দ্ৰিলে বিদ্যালয় উত্তীৰ্ণ হৈ ডালাছ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। তাত কম্পিউটাৰ বিজ্ঞান পঢ়িব বিচাৰিছিল। অৰবিন্দ আৰু তেওঁৰ পত্নীয়ে আন্দ্ৰিলক কলেজত থবলৈ গৈছিল।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাত আৰু দুজন লোকৰ মৃত্যু হয়। অৰবিন্দৰ গাড়ীৰ লগত সংঘৰ্ষ হোৱা গাড়ীখনৰ চালকৰো মৃত্যু হয়। সেই গাড়ীখনে ঘণ্টাত ১৬০ কিলোমিটাৰ বেগেৰে চলা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তীব্ৰ গতিৰে আহি সেইখনে খুন্দা মাৰে অৰবিন্দৰ গাড়ীত। ফলত ভাৰতীয় মূলৰ পৰিয়ালটোৰ গাড়ীখন গৈ এখন দেৱালত খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত জুই লাগি যায়। থিতাতে মৃত্যু হয় তিনিজন লোকৰ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব; জানি লওক সঠিক নিয়ম

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব; জানি লওক সঠিক নিয়ম

August 14, 2025 6:00 pm
নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 14, 2025 4:54 pm
বন বিভাগত ৫ দশকৰো অধিক কাল সেৱা আগবঢ়াই মৃত্যু কাজিৰঙাৰ মোহনমালাৰ

বন বিভাগত ৫ দশকৰো অধিক কাল সেৱা আগবঢ়াই মৃত্যু কাজিৰঙাৰ মোহনমালাৰ

August 14, 2025 3:58 pm
‘ভোট চুৰি’ৰ দৰে ‘লেতেৰা বাক্যাংশ’ ব্যৱহাৰ নকৰিব, প্ৰমাণ সহকাৰে অভিযোগ কৰক : নিৰ্বাচন আয়োগ

‘ভোট চুৰি’ৰ দৰে ‘লেতেৰা বাক্যাংশ’ ব্যৱহাৰ নকৰিব, প্ৰমাণ সহকাৰে অভিযোগ কৰক : নিৰ্বাচন আয়োগ

August 14, 2025 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব; জানি লওক সঠিক নিয়ম

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব; জানি লওক সঠিক নিয়ম

August 14, 2025 6:00 pm
নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 14, 2025 4:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd