• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 9, 2025 1:40 pm
321
VIEWS
Share on FacebookShare on Twitter

বদোদৰা জিলাৰ উপকণ্ঠ অঞ্চলত মাহী নদীৰ ওপৰত নিৰ্মিত এই দলংখন ভাঙি যায়। ইয়াৰ বাবে বহু যান-বাহন নদীত বাগৰি পৰে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে স্থানীয় কৰ্তৃপক্ষই সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি চাৰি দশক পুৰণি এই দলঙৰ পৰা বাহন বাগৰি পৰাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫জনক উদ্ধাৰ কৰা হৈছে।

গুজৰাট চৰকাৰৰ মুখপাত্ৰ মন্ত্ৰী ঋষিকেশ পেটেলে কয় যে, “আনন্দ আৰু পাদ্ৰা সংযোগী দলঙৰ মাজৰ অংশ ভাঙি পৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে পাঁচজনক উদ্ধাৰ কৰা হৈছে। পাঁচ-ছয়জন লোকক চিকিৎসা কৰি ঘৰলৈ যাবলৈ দিয়া হৈছে।”

তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে আমাক নিৰ্দেশ দিছে যে দলং বিশেষজ্ঞ আৰু কাৰিকৰী বিশেষজ্ঞৰ দ্বাৰা দুৰ্ঘটনাৰ কাৰণ তদন্ত কৰা হওক। ১৯৮৫ চনত নিৰ্মাণৰ পিছৰে পৰা এই দলংখন সময়ে সময়ে মেৰামতি কৰা হৈছে।”

তেওঁ কয়, “এই দলংখন মেৰামতি কৰা হৈছিল, কিন্তু এই দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰীয়ে ২১২ কোটি টকা ব্যয়ৰে এখন নতুন দলং নিৰ্মাণৰ অনুমোদন দিছিল।”

গুজৰাট কংগ্ৰেছ নেতা অমিত চাভদাই কয়, “এই দলঙৰ মাজেৰে বৃহৎ সংখ্যক যান-বাহন পাৰ হৈ যায়। বাৰে বাৰে এনে ঘটনা কিয় ঘটে? যদি দলংখন বিপদজনক হয় তেন্তে বন্ধ কৰি দিব লাগে বা মেৰামতি কৰিব লাগে। চৰকাৰৰ গুৰুতৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে।”

Recent News

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

মানৱ ধৰ্ম পালন কৰাই কাল হ’ল! চুবুৰীয়াক চিকিৎসালয়লৈ নি ৩৯৫ দিন জেলত কটাবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন যুৱকে

মানৱ ধৰ্ম পালন কৰাই কাল হ’ল! চুবুৰীয়াক চিকিৎসালয়লৈ নি ৩৯৫ দিন জেলত কটাবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন যুৱকে

মধ্যযুগীয় বৰ্বৰতা! পশ্চিম বংগৰ প্ৰব্ৰজিত শ্ৰমিকক ওলোটাকৈ ওলোমাই তীব্ৰ প্ৰহাৰ

মধ্যযুগীয় বৰ্বৰতা! পশ্চিম বংগৰ প্ৰব্ৰজিত শ্ৰমিকক ওলোটাকৈ ওলোমাই তীব্ৰ প্ৰহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd