• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোপনে বিয়াত বহিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই! দৰা কোন জানেনে?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 5, 2025 3:17 pm
206
VIEWS
Share on FacebookShare on Twitter

বাতৰি অনুসৰি তৃণমূল কংগ্ৰেছৰ দুবাৰৰ লোকসভাৰ সাংসদ মহুৱা মৈত্ৰই যোৱা ৩ মে’ত গোপনে বিবাহপাশত আবদ্ধ হৈছে।এই বিবাহক লৈ দল আৰু সাংসদগৰাকী নিজেও সম্পূৰ্ণ মৌন হৈ আছিল। অৱশ্যে দ্য টেলিগ্ৰাফত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২ দিন পূৰ্বেই তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে বিবাহপাশত আবদ্ধ হৈছে।

খবৰ অনুসৰি মহুৱা মৈত্ৰৰ বিয়া জাৰ্মানীত হৈছিল। নৱবিবাহিত দুগৰাকীৰ এখন ছবিও প্ৰকাশ কৰিছে টেলিগ্ৰাফে। খবৰ অনুসৰি মহুৱা মৈত্ৰই পিনাকী মিশ্ৰৰ সৈতে বিয়া পাতিছে। তেওঁ বিজু জনতা দলৰ নেতা। ইয়াৰ পূৰ্বে তেওঁ পুৰীৰ সাংসদ আছিল। এয়া মহুৱাৰ দ্বিতীয় বিবাহ।

প্ৰতিবেদনত দাবী কৰা হৈছে যে মহুৱা মৈত্ৰৰ পূৰ্বে অধিবক্তা জয় অনন্ত দেহদাৰাইৰ সৈতে তিনি বছৰৰ সম্পৰ্কত আছিল। পিছত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে। দুয়োৰে মাজত সম্পৰ্ক তিক্ত হৈ পৰিছিল। পোহনীয়া জন্তুটোৰ তত্ত্বাৱধান সন্দৰ্ভত আদালতত গোচৰ ৰুজু কৰা হয়। ইপিনে তাৰ পৰাই অনন্তৰ সূত্ৰৰ ভিত্তিত এম পি পৰ্টেলৰ লগইন পাছৱৰ্ড বিতৰ্কত মহুৱা জড়িত হৈ পৰে। সেই সময়ত মহুৱাই সাংসদ পদ হেৰুৱাবলগীয়া হৈছিল।

ইয়াৰ পূৰ্বে মহুৱা মৈত্ৰই ডেনিছ ব্যৱসায়ী লাৰ্ছ ব্ৰ’ছনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। আৰু এইবাৰ কৃষ্ণনগৰৰ তৃণমূল সাংসদগৰাকীয়ে বাৰ্লিনৰ এটা ৰাজপ্ৰসাদত জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে। পিনাকী মিশ্ৰৰ বয়স ৬৫ বছৰ। ইফালে মহুৱাৰ বয়স ৫১ বছৰ। পিনাকিৰো এয়া দ্বিতীয় বিবাহ।

জানিব পৰা মতে, পেছাত এগৰাকী অধিবক্তা পিনাকী মিশ্ৰই ইয়াৰ পূৰ্বে মহুৱা মৈত্ৰৰ হৈ গোচৰ চলাইছিল। মহুৱাক যেতিয়া সাংসদ বাংলো খালী কৰাৰ জাননী দিয়া হৈছিল, তেতিয়াও পিনাকিয়ে মহুৱাৰ কাষত থিয় দিছিল। এইগৰাকী বিজেডি নেতাই তৃণমূল সাংসদগৰাকীৰ হৈ আদালতত যুক্তি আগবঢ়াইছিল।

Recent News

অনুসূচিত জনজাতিৰ স্বীকৃতি আৰু ভূমিৰ অধিকাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ কোকৰাঝাৰত বিশাল প্ৰতিবাদ

অনুসূচিত জনজাতিৰ স্বীকৃতি আৰু ভূমিৰ অধিকাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ কোকৰাঝাৰত বিশাল প্ৰতিবাদ

চলিত বছৰৰ এপ্ৰিল-জুন মাহত ১৫,৮৫১ কোটি টকাৰ কৰ ফাঁকি ৩,৫৫৮ টা অস্তিত্বহীন সংস্থাৰ

চলিত বছৰৰ এপ্ৰিল-জুন মাহত ১৫,৮৫১ কোটি টকাৰ কৰ ফাঁকি ৩,৫৫৮ টা অস্তিত্বহীন সংস্থাৰ

হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈছে দক্ষিণ গাৰো পাহাৰত! দৈনিক হাতীৰ আক্ৰমণৰ সন্মুখীন গাওঁবাসী

হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈছে দক্ষিণ গাৰো পাহাৰত! দৈনিক হাতীৰ আক্ৰমণৰ সন্মুখীন গাওঁবাসী

ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ উপসভাপতিৰ দায়িত্ব ড০ দিব্যজ্যোতি শইকীয়াক

ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ উপসভাপতিৰ দায়িত্ব ড০ দিব্যজ্যোতি শইকীয়াক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd