• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 6, 2022 4:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ৰাজ্যিক কেবিনেটে ৫ টা মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়াক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ মেডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাই।

তেওঁ প্ৰশ্ন কৰে “ কালি যে ঘোষণা কৰিবলগীয়া হ’ল এওঁলোক পূৰ্বে খিলঞ্জীয়া নাছিল নেকি?

অসমৰ জনসাধাৰণে অতদিনে এইকেইটা জনগোষ্ঠীক খিলঞ্জীয়া বুলিয়েই জানি আহিছিল বুলি শৰ্মাই সদৰী কৰে।
ইপিনে, খিলঞ্জীয়া ঘোষণা কৰাৰ আঁৰত বিজেপি চৰকাৰৰ ৰাজনৈতিক অভিসন্ধি থকা বুলি দাবী কৰি দিলীপ শৰ্মাই লগতে কয় “কা আন্দোলনৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈছিল। আনকি ৬ নং দফা ৰূপায়ণ কমিটি এখনো গঠন কৰি দিছিল। কমিটিয়ে দিয়া প্ৰতিবেদন ধোঁৱাচাঙত তাত এতিয়া মকৰাই জাল বান্ধিছে।“

“বৰ্তমানলৈকে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নোহোৱাৰ পাছত কি যুক্তিত ৫ টা মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া বুলি ঘোষণা কৰিলে?” শৰ্মাই প্ৰশ্ন কৰি এইদৰে কয়।

২০১৯-২০ চনৰ বাজেটত তেতিয়াৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মুছলমানৰ বাবে নিগম আৰু পৰিষদ গঠন কৰিব বুলি ঘোষণা কৰিছিল বুলি সোঁৱৰাই দি শৰ্মাই লগতে কয় “বাজেটত ১০০ কোটি টকাও ধাৰ্য্য কৰিছিল। কিমানজন খিলঞ্জীয়া মুছলমানৰ বাবে এই ধন খৰচ কৰিলে? কোনোধৰণৰ নিগম বা পৰিষদো গঠন নকৰিলে।“
খিলঞ্জীয়া মুছলমান বুলি পুনৰাই স্বীকৃতি দিয়াতকৈ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ১০০ কোটি টকা মোকলাই দিয়াৰ লগতে নিগম আৰু পৰিষদ গঠন কৰিবলৈ শৰ্মাই দাবী জনায়।

আনহাতে, অন্য এক বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৰ্মাই কয় “ অসমৰ বিত্তীয় ব্যৱস্থাত এক বিশৃংখলতাৰ পৰিবেশৰ সৃষ্টি হৈছে। ২২ হাজাৰ কোটি টকা ৰাজ্যৰ বিভিন্ন বিভাগৰ ঠিকাদাৰসকলক দিবলৈ আছে বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰীয়ে দম্ভালি মাৰি কেন্দ্ৰৰ পৰা সাহায্য নালাগে বুলি ক’লে। যাৰ ফলত কালি ১০০০ কোটি টকা ধাৰ ল’বলগীয়া হৈছে আৰু সেই ধনেৰে বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহায্য দিবলগীয়া হৈছে”।

শৰ্মাৰ প্ৰশ্ন “মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ পৰা পাবলগীয়া ধন বা অংশ কিয় সাহসেৰে আদায় কৰিব নোৱাৰে”?
আনহাতে, অসম আৰক্ষীৰ প্ৰায়বোৰ এনকাউন্টাৰেই ভুৱা বুলি দাবী কৰি শৰ্মাই লগতে অসমৰ হৈ যোৱা প্ৰত্যেকটো এনকাউন্টাৰৰ নিৰপেক্ষ তদন্তৰ দাবী তোলে তৃণমূল কংগ্ৰেছে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm
জ্বলাই দিয়া হ’ল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘৰ : ঘৰৰ ভিতৰত আৱদ্ধ হৈ মৃত্যু প্ৰধানমন্ত্ৰীৰ পত্নীৰ

জ্বলাই দিয়া হ’ল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘৰ : ঘৰৰ ভিতৰত আৱদ্ধ হৈ মৃত্যু প্ৰধানমন্ত্ৰীৰ পত্নীৰ

September 9, 2025 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd