• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 6, 2022 4:12 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ৰাজ্যিক কেবিনেটে ৫ টা মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়াক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ মেডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাই।

তেওঁ প্ৰশ্ন কৰে “ কালি যে ঘোষণা কৰিবলগীয়া হ’ল এওঁলোক পূৰ্বে খিলঞ্জীয়া নাছিল নেকি?

Apply Now

অসমৰ জনসাধাৰণে অতদিনে এইকেইটা জনগোষ্ঠীক খিলঞ্জীয়া বুলিয়েই জানি আহিছিল বুলি শৰ্মাই সদৰী কৰে।
ইপিনে, খিলঞ্জীয়া ঘোষণা কৰাৰ আঁৰত বিজেপি চৰকাৰৰ ৰাজনৈতিক অভিসন্ধি থকা বুলি দাবী কৰি দিলীপ শৰ্মাই লগতে কয় “কা আন্দোলনৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈছিল। আনকি ৬ নং দফা ৰূপায়ণ কমিটি এখনো গঠন কৰি দিছিল। কমিটিয়ে দিয়া প্ৰতিবেদন ধোঁৱাচাঙত তাত এতিয়া মকৰাই জাল বান্ধিছে।“

“বৰ্তমানলৈকে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নোহোৱাৰ পাছত কি যুক্তিত ৫ টা মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া বুলি ঘোষণা কৰিলে?” শৰ্মাই প্ৰশ্ন কৰি এইদৰে কয়।

২০১৯-২০ চনৰ বাজেটত তেতিয়াৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মুছলমানৰ বাবে নিগম আৰু পৰিষদ গঠন কৰিব বুলি ঘোষণা কৰিছিল বুলি সোঁৱৰাই দি শৰ্মাই লগতে কয় “বাজেটত ১০০ কোটি টকাও ধাৰ্য্য কৰিছিল। কিমানজন খিলঞ্জীয়া মুছলমানৰ বাবে এই ধন খৰচ কৰিলে? কোনোধৰণৰ নিগম বা পৰিষদো গঠন নকৰিলে।“
খিলঞ্জীয়া মুছলমান বুলি পুনৰাই স্বীকৃতি দিয়াতকৈ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ১০০ কোটি টকা মোকলাই দিয়াৰ লগতে নিগম আৰু পৰিষদ গঠন কৰিবলৈ শৰ্মাই দাবী জনায়।

আনহাতে, অন্য এক বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৰ্মাই কয় “ অসমৰ বিত্তীয় ব্যৱস্থাত এক বিশৃংখলতাৰ পৰিবেশৰ সৃষ্টি হৈছে। ২২ হাজাৰ কোটি টকা ৰাজ্যৰ বিভিন্ন বিভাগৰ ঠিকাদাৰসকলক দিবলৈ আছে বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰীয়ে দম্ভালি মাৰি কেন্দ্ৰৰ পৰা সাহায্য নালাগে বুলি ক’লে। যাৰ ফলত কালি ১০০০ কোটি টকা ধাৰ ল’বলগীয়া হৈছে আৰু সেই ধনেৰে বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহায্য দিবলগীয়া হৈছে”।

শৰ্মাৰ প্ৰশ্ন “মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ পৰা পাবলগীয়া ধন বা অংশ কিয় সাহসেৰে আদায় কৰিব নোৱাৰে”?
আনহাতে, অসম আৰক্ষীৰ প্ৰায়বোৰ এনকাউন্টাৰেই ভুৱা বুলি দাবী কৰি শৰ্মাই লগতে অসমৰ হৈ যোৱা প্ৰত্যেকটো এনকাউন্টাৰৰ নিৰপেক্ষ তদন্তৰ দাবী তোলে তৃণমূল কংগ্ৰেছে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd