• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত দুখন নতুন এৰ’ব্ৰীজ উন্মোচন

by
January 2, 2019 3:31 pm
LGBI-Airport-1140x570
301
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰটো গুৱাহাটীৰ সমীপস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰেৰে যাত্ৰা কৰা বিমান যাত্ৰীসকলৰ বাবে সকাহ কঢ়িয়াই আনিব নৱবৰ্ষত মুকলি কৰা দুখন নতুন এৰ’ব্ৰীজে। জানুৱাৰিৰ ১ দিনা উন্মোচন কৰা এই এৰ’ব্ৰীজখনে বিমান বন্দৰটোত ক্ৰমান্বয়ে বাঢ়ি অহা যাত্ৰীৰ ভীৰ নিয়ন্ত্ৰণ কৰাত সহায়ক স’ব বুলি ধাৰণ কৰা হৈছে।

এই নতুন এৰ’ব্ৰীজ দুখনক ০৬ আৰু ০৯ হিচাপে নামকৰণ কৰা হৈছে। উক্ত এৰ‘ব্ৰীজ দুখনৰ এখন এৰ’ব্ৰীজ উন্মোচন কৰিছে এগৰাকী দীব্যংগ শিশু যাত্ৰীয়ে আৰু আনখন কৰিছে উন্মোচন কৰিছে বিমান বন্দৰটোত সেই সময়ত উপস্থিত হোৱা এগৰাকী মহিলা  যাত্ৰীয়ে।

উক্ত এৰ’ব্ৰীজ দুখন ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ মাণ্ডলিক কাৰ্যবাহী সঞ্চালক শ্ৰী ডি কে কামৰাৰ পৰস্থিতিত  উন্মোচন কৰা হয়। প্ৰণিধানযোগ্য যে বৰ্তমান গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত বিমান যাত্ৰীসকলৰ প্ৰৱেশ আৰু প্ৰস্থানৰ সুবিধাৰ বাবে  মুঠ ৪খন কাৰ্যকৰী এৰ’ব্ৰীজ আছে।

গুৱাহাটী বিমান বন্দৰৰ সঞ্চালক শ্ৰী ৰমেশ কুমাৰ, শীৰ্ষস্থানীয় বিষয়াসকল, নিৰাপত্তা বিষয়াসকল, ভাৰতীয় বিমান পৰিবহণ কোম্পানীসমূহৰ প্ৰতিনিধিসকল আৰু কেন্দ্ৰীয় উদ্দ্যোগিক নিৰাপত্তা বাহিনীৰ (CISF) প্ৰতিনিধিসকল উপস্থিত আছিল।

Recent News

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd