আজি ঘোষিত ২০১৯ চনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-
প্ৰথমস্থান :
১) ছায়ণ্ট মজুমদাৰ, দৰং কলেজ, শোণিতপুৰ জিলা। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৮।
২) বিতোপন আৰন্ধৰা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৮।
দ্বিতীয়স্থান :
১) ডেইজি পাঠক, শিলচৰ চৰকাৰী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাছাৰ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৭।
২)দিশান্ত শইকীয়া, তেজপুৰ বেংগলী বয়জউচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৭।
তৃতীয়স্থান :
১) হৃদিপ্ৰিয়ম শৰ্মা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৬।
চতুৰ্থস্থান :
১) দিপ্তদ্বিপ ভট্টাচাৰ্য, চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৫।
২) হিৰকজ্যোতি হাজৰিকা, মেট্ৰিক্স জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৫।
পঞ্চমস্থান :
১) প্ৰাৰ্থ প্ৰতিম চহৰীয়া, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৩।
২) আয়াম কৌশিক মহন্ত, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৩।
৩) বিশাল বৰুৱা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৩।
ষষ্ঠস্থান :
১) অভিলেখ ঠাকুৰীয়া, আনন্দৰাম বৰুৱা একাডেমি, বৰপেটা। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।
২) নম্ৰতা নাথ, বঙাইগাঁও ৰিফাইনেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, চিৰাং। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।
৩) তন্নয়ী হাজৰিকা, চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।
৪) ইমদাদুল হুছেইন, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।
৫) সপ্তদ্বীপ চাহা, চাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ (মেট্ৰ)। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।
৬) শুভ্ৰজ্যোতি পল, দৰং কলেজ, শোণিতপুৰ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।
সপ্তমস্থান :
১) ঋদ্ধিমান শৰ্মা, প্ৰজ্ঞা একাডেমি জুনিয়ৰ কলেজ, যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৭১।
অষ্টমস্থান :
১) সুকন্যা ফুকন,প্ৰজ্ঞা একাডেমি জুনিয়ৰ কলেজ, যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৭০।
২) জীৱনজ্যোতি কলিতা, চাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ (মেট্ৰ)। মুঠ প্ৰাপ্ত নম্বৰ ৪৭০।
৩) সুভাশিষ দে’ ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭০।
নৱমস্থান :
১) অভিজনন দি বাৰহৈ, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৯।
দশমস্থান :
১) নিশিতা পাঠক,বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।
২) তিতখা নাথ, চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।
৩)পূজা গুপ্তা, কনচেপ্ট জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।
৪) কৌস্তভ কিশোৰ কলিতা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।
৫) মৃদুস্মিতা বৰ্মন, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।