• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চতৰ মাধ্যমিকৰ ফলাফল : বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ তালিকা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 25, 2019 9:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষিত ২০১৯ চনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-

প্ৰথমস্থান :

Apply Now

১) ছায়ণ্ট মজুমদাৰ, দৰং কলেজ, শোণিতপুৰ জিলা। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৮।

২) বিতোপন আৰন্ধৰা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৮।

দ্বিতীয়স্থান : 

১) ডেইজি পাঠক, শিলচৰ চৰকাৰী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাছাৰ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৭।

২)দিশান্ত শইকীয়া, তেজপুৰ বেংগলী বয়জউচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৭।

তৃতীয়স্থান :

১) হৃদিপ্ৰিয়ম শৰ্মা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৬।

চতুৰ্থস্থান : 

১) দিপ্তদ্বিপ ভট্টাচাৰ্য, চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৫।

২) হিৰকজ্যোতি হাজৰিকা, মেট্ৰিক্স জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৫।

পঞ্চমস্থান :

১) প্ৰাৰ্থ প্ৰতিম চহৰীয়া, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৩।

২) আয়াম কৌশিক মহন্ত, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৩।

৩) বিশাল বৰুৱা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৩।

ষষ্ঠস্থান : 

১) অভিলেখ ঠাকুৰীয়া, আনন্দৰাম বৰুৱা একাডেমি, বৰপেটা। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।

২) নম্ৰতা নাথ, বঙাইগাঁও ৰিফাইনেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, চিৰাং। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।

৩) তন্নয়ী হাজৰিকা, চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।

৪) ইমদাদুল হুছেইন, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।

৫) সপ্তদ্বীপ চাহা, চাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ (মেট্ৰ)। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।

৬) শুভ্ৰজ্যোতি পল, দৰং কলেজ, শোণিতপুৰ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।

সপ্তমস্থান :

১) ঋদ্ধিমান শৰ্মা, প্ৰজ্ঞা একাডেমি জুনিয়ৰ কলেজ, যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৭১।

অষ্টমস্থান :

১) সুকন্যা ফুকন,প্ৰজ্ঞা একাডেমি জুনিয়ৰ কলেজ, যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৭০।

২) জীৱনজ্যোতি কলিতা, চাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ (মেট্ৰ)। মুঠ প্ৰাপ্ত নম্বৰ ৪৭০।

৩) সুভাশিষ দে’ ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭০।

নৱমস্থান :

১) অভিজনন দি বাৰহৈ, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৯।

দশমস্থান :

১) নিশিতা পাঠক,বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।

২) তিতখা নাথ,  চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।

৩)পূজা গুপ্তা, কনচেপ্ট জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।

৪) কৌস্তভ কিশোৰ কলিতা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।

৫) মৃদুস্মিতা বৰ্মন, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd