• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ত্ৰিপুৰাৰ বিধান সভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা : তালিকাত নাম নাই মাণিক চৰকাৰৰ

বাওঁ মঞ্চৰ নেতাসকলে সংবাদমেল সম্বোধন কৰি কয় যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱা মুঠ আঠজন বিধায়কক এইবাৰৰ নিৰ্বাচনৰ বাবে মনোনীত কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2023 8:14 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৬ ফেব্ৰুৱাৰীত হ’বলগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত স্ব-ইচ্ছাই প্ৰতিদ্বন্দ্বিতা নকৰে চিপিআই(এম) ৰ পলিট ব্যুৰোৰ সদস্য তথা ২০ বছৰ ধৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হৈ থকা মাণিক সৰকাৰে। ইয়াৰ লগতে স্বাস্থ্যজনিত কাৰণৰ বাবে জ্যেষ্ঠ নেতা বাদল চৌধুৰীও বিৰত থাকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা।

বুধবাৰে সন্ধিয়া ৰাজ্যখনৰ বাওঁ মৰ্চাৰ লগতে চি পি আই (এম)ৰ জ্যেষ্ঠ নেতাসকলে ৪৭ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ অংশীদাৰ হ’ব কংগ্ৰেছ দল। কংগ্ৰেছৰ বাবে বাওঁ মৰ্চাই এৰি দিছে ১৩ খন আসন।

বৃ্হস্পতি বাৰে কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে চি পি আই (এম) আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বতৰাক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল, যাৰ ফলত মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া নিৰ্ধাৰিত সংবাদমেল বাতিল কৰিবলগীয়া হৈছিল।

জানিব পৰা মতে ত্ৰিপুৰাৰ বিধান সভাৰ নিৰ্বাচনত চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে প্ৰতিদ্বন্দিতা কৰিব দক্ষিণ ত্ৰিপুৰাৰ সবৰুম সমষ্টিৰ পৰা।

বাওঁ মঞ্চৰ নেতাসকলে সংবাদমেল সম্বোধন কৰি কয় যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱা মুঠ আঠজন বিধায়কক এইবাৰৰ নিৰ্বাচনৰ বাবে মনোনীত কৰা হোৱা নাই। মাণিক সৰকাৰ, বাদল চৌধুৰী, ভানু লাল সাহা, তপন চক্ৰৱৰ্তী, নাৰায়ণ চৌধুৰী, যশবীৰ ত্ৰিপুৰা আৰু মাবাছাৰ আলীক মনোনীত কৰা হোৱা নাই এইবাৰৰ নিৰ্বাচনৰ বাবে।

খবৰ অনুসৰি বাওঁপন্থীৰ ৪৭খন আসনৰ ভিতৰত চিপিআই(এম)য়ে ৪৩খন আসনত, ৰিভল্যুচনেৰী ছ’চিয়েলিষ্ট পাৰ্টিয়ে এখনত, ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে এখনত, ফৰৱাৰ্ড ব্লকে এখন আসনত প্ৰতিদ্বন্দিতা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

September 10, 2025 1:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd