• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ত্রিপুৰাত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ক’ৰ’না আক্ৰান্তৰ সংখ্যাই

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 5:13 pm
COVID-19

প্রতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্রিপুৰাত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে হাজাৰৰ ঘৰ।

আজি এই পৰ্যন্ত ৰাজ্যখনত ৩৭ গৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগী ধৰা পৰে। ইয়াৰ লগে লগে ত্ৰিপুৰাত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ১০০১ গৰাকীলৈ বৃদ্ধি পালে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে এই কথা সদৰী কৰি জনাই যে আজি চিনাক্ত হোৱা ৩৭ গৰাকীৰ ৩৪ গৰাকীয়ে চিপাহী জিলা আৰু আন ৩ গৰাকী গোমতি জিলাৰ বাসিন্দা।

‘কোভিড-১৯ৰ বাবে পৰীক্ষা কৰা ২১০টা চেম্পুলৰ ৩৭টা পজিটিভ পোৱা গৈছে। আটাইকেইজনৰে ট্ৰেভেল হিষ্টৰী আছে’ তেওঁ টুইট কৰি কয়।

শুকুৰবাৰে ত্ৰিপুৰাত ৪৮টা কোভিড-১৯ কেচ পোৱা গৈছিল।

ৰাজ্যখনত যোৱা ৬ এপ্ৰিলত প্ৰথমটো কোভিড পজিটিভৰ কেচ পোৱা গৈছিল। ত্ৰিপুৰাৰ চিপাহী জিলা ক’ৰ’না দ্বাৰা আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্থ। জিলাখনত এই পৰ্যন্ত ৪৩০টা পজিটিভ কেচ পোৱা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

August 22, 2025 1:58 pm
ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

August 22, 2025 1:58 pm
ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd