• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডোনাল্ড ট্রাম্পৰ মোদী বন্দনা; ভাৰতীয় ভোটাৰক প্ৰভাৱিত কৰাৰ চেষ্টা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2020 1:40 pm
modi_trump55_1566439211_1586236906_618x347-new-750x375

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে প্ৰধান মন্ত্ৰী মোদী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত বসবাস কৰা ভাৰতীয় বংশোদ্ভৱসকলৰ মন জয় কৰাৰ বাবে সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।

বৰ্তমান ইয়াৰ আঁৰত এটা কাৰণ আৰু সেয়া হৈছে আমেৰিকান ভাৰতীয়সকলৰ ভোট লাগে ট্ৰাম্পক।

ডোনাল্ড ট্ৰাম্পে ভাৰতীয় মূলৰ লোকসকলৰ সৈতে তেওঁৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে।

ইয়াৰ লগতে ট্ৰাম্পে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

হোৱাইট হাউছত অনুষ্ঠিত সংবাদ মেলত ট্ৰাম্পে কয় যে ভাৰতৰ পৰা তেওঁ প্ৰচুৰ সমৰ্থন লাভ কৰিছে। প্ৰধান মন্ত্ৰী মোদীৰো তেওঁৰ প্ৰতি দ্বিধাহীন সমৰ্থন আছে।

তেওঁৰ মতে আমেৰিকাৰ ভাৰতীয়সকলে ট্ৰাম্পকে ভোট দিব।

ৰাজনৈতিক পৰ্যবেক্ষকসকলে ক’ব খোজে যে ট্ৰাম্পৰ বিৰোধী পক্ষৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ ভাৰতীয় মূলৰ হোৱাৰ বাবে আমেৰিকান ভাৰতীয়সকলৰ ভোট হাতৰ পৰা গুচি যাব পাৰে বুলি ট্ৰাম্প শংকিত হৈ পৰিছে।

সেয়েহে, ভাৰতীয় মূলৰ আমেৰিকানসকলৰ সৈতে তেওঁৰ সম্পৰ্ক যে মধুৰ সেইকথা জোৰ কৰি প্ৰকাশ কৰিবলৈ লৈছে।

আনহাতে, ভাৰতীয় মূলৰ আমেৰিকানসকলৰ মাজত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাক নিজৰ ভোটবেংক শক্তিশালী কৰাৰ স্বাৰ্থত ব্যৱহাৰ কৰাত মনোনিৱেশ কৰিছে ট্ৰাম্পে।

সকলো উদ্দেশ্য সন্মুখত ৰাখিয়ে ট্ৰাম্পে কৈছে, ‘’প্ৰধানমন্ত্ৰী মোদী মোৰ ভাল বন্ধু আৰু তেওঁ বহুত ভাল কাম কৰিছে। যদিও কোনোটোৱে সহজ নহয়, তেওঁ কিন্তু ভাল কাম কৰিছে।‘’

ইয়াতেই ট্ৰাম্প থমকি ৰোৱা নাই। যোৱাবছৰৰ ছেপ্টেম্বৰত হিউষ্টনত অনুষ্ঠিত ‘হাউডি মোদী’ৰ জেৰ টানি ট্ৰাম্পে কয়,’’ আপোনালোকে জানে হিউষ্টনত সেইটো বিশাল অনুষ্ঠান আছিল। মোক প্ৰধান মন্ত্ৰী মোদীয়ে আমন্ত্ৰণ জনাইছিল আৰু সেয়া সঁচাকৈয়ে আছিল অবিশ্বাস্য।‘’

ট্ৰাম্পে লগতে ভাৰতীয়সকলক উদ্দেশ্যি কয়, ‘’আপোনালোকে এগৰাকী মহান নেতা পাইছে আৰু তেওঁ এগৰাকী মহান মানুহ।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd