• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশে দেশে মৃত্যুৰ কিৰিলি! জাম্বিয়াত ৰাস্তাৰ কাষৰ পৰা উদ্ধাৰ ২৭ টা মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2022 10:13 am
দেশে দেশে মৃত্যুৰ কিৰিলি! জাম্বিয়াত ৰাস্তাৰ কাষৰ পৰা উদ্ধাৰ ২৭ টা মৃতদেহ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাম্বিয়াৰ আৰক্ষীয়ে এটা ৰাস্তাৰ কাষৰ পৰা ২৭ টা মৃতদেহ উদ্ধাৰ কৰিছে। মৃতদেহবোৰ ইথিওপিয়াৰ পৰা সৰবৰাহ কৰা শৰণাৰ্থীৰ বুলি ধাৰণা কৰা হৈছে।  পৰিবহনত লুকাই সৰবৰাহ কৰাৰ সময়ত শ্বাসৰুদ্ধ হৈ লোকসকলে মৃত্যুবৰণ কৰা বুলি অনুমান কৰা হৈছে।

জাম্বিয়াৰ আৰক্ষীৰ উদ্ধৃতি দি বিবিচিয়ে জনোৱা অনুসৰি ৰাজধানী লুচাকাৰ উত্তৰে থকা এটা অঞ্চলৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: ‘তৃতীয় ফ্ৰণ্ট নহয়, বিজেপিক পৰাস্ত কৰিবলৈ লাগে কেৱল এটাই ফ্ৰণ্ট’;: নীতিশ কুমাৰ

জাম্বিয়ান আৰক্ষীৰ মুখপাত্ৰ ডেনি এমৱালে কয়ে যে কিছুমান আৱাসীয়ে দেওবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬ বজাত মৃতদেহবোৰ দেখিছিল আৰু আৰক্ষীক খবৰ দিছিল।

তেওঁ কয়, “সংকটজনক অৱস্থাত এজন লোকক তাৰ পৰা উদ্ধাৰ কৰা হৈছিল। তেওঁ শ্বাসকষ্টৰ বাবে হাহাকাৰ কৰি আছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।‘’

লগতে পঢ়ক: ইতিহাস গঢ়া মৰক্কোৰ জয়ৰ পিছত ভাইৰেল হৈ পৰিছে ছাকিৰাৰ টুইট-‘দিছ টাইম ফৰ আফ্ৰিকা’

মৃতদেহবোৰৰ পৰা উদ্ধাৰ হোৱা পৰিচয় নথি অনুসৰি আৰক্ষীয়ে ধাৰণা কৰিছে যে মৃতসকল ইথিওপিয়াৰ লোক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am
ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am
ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd