• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘তৃতীয় ফ্ৰণ্ট নহয়, বিজেপিক পৰাস্ত কৰিবলৈ লাগে কেৱল এটাই ফ্ৰণ্ট’: নীতিশ কুমাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 12, 2022 9:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Nitish Kumar says that there is no scope for a third front কোনো তৃতীয় ফ্ৰণ্ট নহয়, বিজেপিক পৰাস্ত কৰিবলৈ হ’লে সমগ্ৰ দেশতে মাত্ৰ এটা ফ্ৰণ্ট লাগে। পুনৰ স্পষ্ট কৰি দিলে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি(ইউ)ৰ মুৰব্বী নীতিশ কুমাৰে। নীতিশে স্পষ্ট কৰি দি কয় যে তেওঁ বিচাৰে সমগ্ৰ দেশতে মাত্ৰ এটা ফ্ৰন্ট গঠন হ’ব লাগে। বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ তেওঁ যি যি কৰিব লাগে সেয়া তেওঁ কৰিব।

কেইমাহমান পূৰ্বে জেডি(ইউ)ৰ মুৰব্বী নেতাগৰাকীয়ে বিজেপি সংগ ত্যাগ কৰি  বিৰোধী শিবিৰত যোগদান কৰিছিল। বৰ্তমান তেওঁৰ দল জেডি(ইউ) আৰজেডি আৰু কংগ্ৰেছৰ সৈতে বিৰোধী মহাজোঁটৰ অংশ।

লগতে পঢ়ক: ইতিহাস গঢ়া মৰক্কোৰ জয়ৰ পিছত ভাইৰেল হৈ পৰিছে ছাকিৰাৰ টুইট-‘দিছ টাইম ফৰ আফ্ৰিকা’

Apply Now

দৰাচলতে, নীতিশ কুমাৰে আনুষ্ঠানিকভাৱে ইউপিএত যোগদান কৰিছে। বিজেপিৰ সংগ এৰাৰ পিছত তেওঁ গেৰুৱা শিবিৰৰ বিৰুদ্ধেও মাত মাতি আহিছে। বৰ্তমান তেওঁৰ লক্ষ্য হৈছে ২০২৪ চনত বিজেপিক কেন্দ্ৰৰ পৰা উৎখাত কৰা।

ৰাজনৈতিক মহলৰ মতে, বিহাৰৰ মুখ্যমন্ত্ৰীৰো প্ৰধানমন্ত্ৰী হোৱাৰ গোপন ইচ্ছা আছে। সেইটো ৰাজহুৱাভাৱে প্ৰকাশ নকৰিলেও নীতিশে বাৰে বাৰে স্পষ্ট কৰি দিছে যে তেওঁ বিৰোধী মিত্ৰজোঁট গঠন কৰিবলৈ দৃঢ়ভাৱে আগ্ৰহী।

তেওঁ ইতিমধ্যে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীক লগ কৰিছে। তেওঁ কে চন্দ্ৰশেখৰ ৰাও আৰু মমতা বেনাৰ্জীৰ দৰে হেভিৱেট আঞ্চলিক নেতাসকলৰ সৈতেও যোগাযোগত আছে বুলি জনা যায়।

লগতে পঢ়ক: গতানুগতিক জীৱনত লাগিল বিৰক্তি: বিৰক্তিৰ অৱসান ঘটাবলৈ দুখনকৈ দোকানত চলালে ডকাইতি

ইপিনে, কেচিআৰ বা অৰবিন্দ কেজৰিৱালে সদায়ে এক অ-কংগ্ৰেছী, অ-বিজেপি ফ্ৰণ্টৰ বাবে ওকালতি কৰি আহিছে। কিন্তু নীতিশ কুমাৰ এনে ফ্ৰন্টৰ পক্ষত নাই। তেওঁ স্পষ্টকৈ কৈছে যে কোনো তৃতীয় ফ্ৰন্ট নহয়। বিজেপিক পৰাস্ত কৰিবলৈ মাত্ৰ এটাই মুখ্য ফ্ৰন্ট গঠন হ’ব।

নীতিশে কৈছে যে তেওঁ নিজেই সমমনস্ক দলবোৰক এখন মঞ্চৰ মাজলৈ অনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। নীতিশে দাবী কৰে যে বিজেপিয়ে তেওঁৰ দলক পিছফালৰ পৰা চুৰিৰে আঘাত কৰিছে। দলটোৰ শীৰ্ষ নেতাগৰাকীয়ে অভিযোগ কৰে যে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত জেডি(ইউ)ৰ আসন সংখ্যা হ্ৰাস হোৱাৰ বাবেও বিজেপি দায়ী আছিল।

লগতে পঢ়ক: কিয় গ্ৰেপ্তাৰ কৰা হৈছে ইউৰোপীয় পাৰ্লিয়ামেন্টৰ ভাইচ প্ৰেছিডেন্টক?

দৰাচলতে, তৃতীয় ফ্ৰণ্ট সৃষ্টি কৰি ভাৰতীয় ৰাজনীতিত সফলতাৰ বিশেষ উদাহৰণ নাই। জেডি(ইউ)ৰ নেতাজনে অনুভৱ কৰে যে বৰ্তমান পৰিস্থিতিতও কংগ্ৰেছ আৰু বিজেপিৰ অবিহনে চৰকাৰ গঠনৰ ধাৰণাটো প্ৰাসংগিক নহয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd